মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.26 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

বাঁহী ভগৱান শ্ৰীকৃষ্ণৰ প্ৰানৰ বাদ্য, সকলো সময়তে শ্ৰীকৃষ্ণৰ লগত থকা এই বাঁহীৰ সু-ললিত সুৰতেই মুগ্ধ হৈ ১৬শ গোপী বলিয়া হৈ পৰিছিল। বাঁহী বিহুৱা সকলৰো বাদ্য, বিহুৱাৰ বাঁহীৰ সুৰত নাচনী দৌৰি আহিছিল বিহু মাৰিবলৈ।বাঁহী মুকুল বাঁহৰ পৰা তৈয়াৰ কৰা হয়। সাধাৰণ বাঁহীৰ আগৰ অংশত দুই হাতৰ আঙুলি বুলাবলৈ ৬ টা ফুটা আৰু মূৰৰ ফালে দুই ওঠ লগাই বজাবলৈ এটা ফুটা থাকে ।

উৎস

নিজা কাম

তাৰিখ

২৮ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:03, 27 May 201219:03, 27 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.26 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=বাঁহী ভগৱান শ্ৰীকৃষ্ণৰ প্ৰানৰ বাদ্য, সকলো সময়তে শ্ৰীকৃষ্ণৰ লগত থকা এই বাঁহ...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা