মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.31 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

শিলৰ পটা। এচটা শিল কাটি প্ৰায় ৩ফুটমান দীঘলকৈ আৰু ২ফুটা মান বহলকৈ ৰাখি তাত লোৰ শলাৰে কাটি কাটি দাত দিয়া হয়। ঠিক । তেনেকৈ প্ৰায় শিলৰ এটা গুটি ২ফুট দীঘলকৈ আৰু প্ৰায় ৩ ইঞ্চিমান বহলকৈ ৰাখি দাত দি লোৱা হয়। অসমীয়া গিহিনীয়ে মছলা জাতীয় বস্তু যেনেঃ-আদা, নহৰু, জিৰা, শুকান জলকীয়া, চাটনি আদি পিচিবলৈ ব্যৱহাৰ কৰে।

উৎস

নিজা কাম

তাৰিখ

২১ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান18:55, 21 May 201218:55, 21 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.31 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=শিলৰ পটা। এচটা শিল কাটি প্ৰায় ৩ফুটমান দীঘলকৈ আৰু ২ফুটা মান বহলকৈ ৰাখি তাত ল...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা