অসমীয়া: তাঁতীশালত মাকো হাতেৰে চলাব লগীয়া নহয়। সেইবাবে বোৱনত সোনকালে হয়। লগতে ৰাঁচখন ৰখাৰ ব্যৱস্থাটোও অলপ সুকীয়া। বাকী মাটিশালৰ সৈতে একেই। সাধাৰণতে কম সময়ত অধিক ববলৈ তাঁতীশাল বেছি উপযোগী।
English: The mother does not have to be operated by hand in the weaving mill. Therefore, it is quick to weave. Also, the way the ranch is kept is a little different. The same as the rest of the fields. Looms are usually more suitable for weaving more in less time.
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।