English: The full name of the Ropeway of Darjeeling is Ranjit Valley Passenger Ropeway. It is one of the India's oldest passenger ropeway connecting Darjeeling with Shingla Bazaar. It starts from North point, accommodating six passengers at a time. In this thrilling travel over the clouds, the cabin sways above the lush green tea gardens, dense forest, streams and green valley with the view of the marvelous Mt. Kanchenjunga along its way. This first bi-cable ropeway is the longest of its kind in Asia covering a distance of 4620 mt.
অসমীয়া: এই ৰ'পৱেটো ৰঞ্জিত ভেলী পেচেঞ্জাৰ ৰ'পৱে নামে জনাজাত। ই দাৰ্জিলিঙক চিংলা বজাৰৰ সৈতে সংযোগ কৰিছে। ইয়াত একেসময়তে এটা বাকচত ছজন যাত্ৰী উঠিব পাৰে। ই ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু এছিয়াৰ আটাইতকৈ দীৰ্ঘতম দ্বৈত-ৰছী যুক্ত ৰ'পৱে । ইয়াৰ দৈৰ্ঘ্য প্ৰায় পাঁচ মিটাৰ।
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।