চুক ভেকুলী (ইংৰাজী: Asian common toad, বৈজ্ঞানিক নাম-Duttaphrynus melanostictus দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ ভেকুলীৰ প্ৰজাতি৷[1] এই ভেকুলী প্ৰায় ২০ ছে:মি: পৰ্যন্ত ডাঙৰ হ'ব পাৰে৷ ই সাধাৰণতে বাৰিষা প্ৰজনন কৰে৷

চুক ভেকুলী (Bufo melanosticus)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Amphibia
বৰ্গ: Anura
পৰিয়াল: Bufonidae
গণ: Duttaphrynus
প্ৰজাতি: D. melanostictus
বৈজ্ঞানিক নাম
Duttaphrynus melanostictus
(Schneider, 1799)
সমাৰ্থক

Bufo melanostictus

A male in breeding colours. It turns yellowish green during the monsoon. Note the black lines behind the eye.


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 van Dijk, P. P., et al. 2004. Duttaphrynus melanostictus. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. Downloaded on 03 June 2013.

লগতে চাওক সম্পাদনা কৰক

Lu, W., Qing N. (2010). Bufo melanostictus (Asian Common Toad). Record size. Herpetological Review 41(1): 61.

বাহ্যিক সংযোগ সম্পাদনা কৰক