ছিলঠীয়া ভাষা

চিলেটত কোৱা ইন্দো-আৰ্য ভাষা

ছিলঠীয়া (ছিলঠীয়া: ꠍꠤꠟꠐꠤ, বঙালী: সিলেটি) বা ছিলঠীয়া নাগৰী ভাষা[2][3][4] বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা। লগতে, যিহেতু বাংলাদেশৰ চিলেট বিভাগৰ চিলেট পূব অঞ্চলত আৰু বাংলা ভাষাৰ মানক ৰূপটো পশ্চিম আঞ্চলিক বাংলা নাদিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, সেয়েহে বাংলা ভাষাৰ মূল ৰূপৰ পৰা ই ভাষা যথেষ্ট পৃথক। যি ১১.৮ মিলিয়ন ভাষাভাষীৰে বিশ্বৰ ৯৭ নম্বৰ বৃহত্তম ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে।

ছিলঠীয়া
ꠍꠤꠟꠐꠤ
অঞ্চল বাংলাদেশ (ছিলঠ বিভাগ) আৰু ভাৰত (অসমৰ বৰাক উপত্যকা আৰু হোজাই; শ্বিলং আৰু ত্ৰিপুৰাৰ কিছু অংশ)
স্থানীয় ভাষিক
ne2007
ভাষা পৰিয়াল
লিখন প্ৰণালী ছিলঠীয়া নাগৰী, পূৰ্ব-নাগৰী আৰু ৰোমান
ভাষা সংকেত
ISO 639-3 syl
গ্লোটোলগ sylh1242[1]
লিংগোৱাস্ফেয়াৰ 59-AAF-ui
Sylheti speaking zone.png
দক্ষিণ এছিয়াৰ ছিলঠীয়া ভাষী অঞ্চল
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Sylheti". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/sylh1242. 
  2. Prabhātakumāra Mukhopādhyāẏa (1978). Phire phire cāi. Mitra o Ghosha. পৃষ্ঠা. 231.
  3. "Caturaṅga" theke. De'ja Pābaliśiṃ. 1996. পৃষ্ঠা. 116.
  4. Rasamaẏa Mohānta (1990). Sileṭa añcalera śikshāṅgana: atīta o bartamāna.Sarasvatī Mohānta. পৃষ্ঠা. 4.