৭ ছেপ্টেম্বৰ

তাৰিখ
(ছেপ্টেম্বৰ ৭ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৭ ছেপ্টেম্বৰ (ইংৰাজী: 7 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫০তম (অধিবৰ্ষত ২৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


ঘটনাৱলী সম্পাদনা কৰক

  • ১৯৩১ - লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
  • ১৯৫৬ - তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
  • ১৯৮৮ - মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক



তথ্য় সূত্ৰ সম্পাদনা কৰক