জয়শ্ৰী গোস্বামী মহন্ত
অসমৰ ৰাজনীতিবিদ তথা সাহিত্যিক
জয়শ্ৰী গোস্বামী মহন্ত এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা সাহিত্যিক। তেওঁ উচ্চ সদন ৰাজ্য সভাত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসম গণ পৰিষদৰ সদস্য আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।[1][2][3] তেওঁ অসমীয়া সাহিত্যৰ এগৰাকী লেখিকা তথা শিক্ষাবিদ হিচাপে জনাজাত। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4][5] ২০১৯ চনত তেখেতে 'চাণক্য' নামৰ উপন্যাসখনৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[6]
জয়শ্ৰী গোস্বামী মহন্ত | |
---|---|
![]() | |
ৰাজ্য সভাৰ সাংসদ | |
কাৰ্যকাল ১৯৯১-২০০২ | |
সমষ্টি | অসম |
ব্যক্তিগত তথ্য | |
জন্ম | ১ জানুৱাৰী, ১৯৬০ (৬৫ বছৰ) |
ৰাজনৈতিক দল | অসম গণ পৰিষদ |
দাম্পত্যসঙ্গী | প্ৰফুল্ল কুমাৰ মহন্ত |
পুৰস্কাৰ | পদ্মশ্ৰী, ২০১৮ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা, ২০১৯ |
গ্ৰন্থৰাজি
সম্পাদনা কৰক
|
|
|
|
তথ্য উৎস
সম্পাদনা কৰক- ↑ "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003". Rajya Sabha. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/m.pdf। আহৰণ কৰা হৈছে: 30 November 2017.
- ↑ "Women Members of Rajya Sabha". Rajya Sabha. http://rajyasabha.nic.in/rsnew/publication_electronic/Women_Members_Rajya%20Sabha.pdf। আহৰণ কৰা হৈছে: 30 November 2017.
- ↑ Parliamentary Debates: Official Report. 2000. পৃষ্ঠা. 325. https://books.google.com/books?id=WNGHvQz6-j4C। আহৰণ কৰা হৈছে: 30 November 2017.
- ↑ "Padma awards 2018 announced, MS Dhoni, Sharda Sinha among 85 recipients: Here’s complete list". India TV. 25 January 2018. https://www.indiatvnews.com/news/india-padma-awards-2018-announced-ms-dhoni-sharda-sinha-among-85-recipients-here-s-complete-list-424273। আহৰণ কৰা হৈছে: 26 January 2018.
- ↑ "Padma Shri honour for nine achievers from northeast". Gaurav Das. The Times of India. 28 January 2018. https://timesofindia.indiatimes.com/city/guwahati/padma-shri-honour-for-nine-achievers-from-northeast/articleshow/62679552.cms। আহৰণ কৰা হৈছে: 30 January 2018.
- ↑ শইকীয়া, কল্পজ্যোতি (১৮ ডিচেম্বৰ ২০১৯). "জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/sahitya-academy-award-to-assam-writer-joyshree-goswami-and-phukan-ch-basumatary/। আহৰণ কৰা হৈছে: ১৯ ডিচেম্বৰ ২০১৯.
- ↑ "জয়শ্ৰী গোস্বামীৰ পাঁচখন গ্ৰন্থ উন্মোচন". জনমভূমি. December 24, 2016. https://janambhumi.in/VGxSRk5FMVJQVDA9/%E0%A6%A10-%E0%A6%9C%E0%A7%9F%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%96%E0%A6%A8-%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%A8%E0%A7%8D%E0%A6%A5-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A7%8B%E0%A6%9A%E0%A6%A8.html। আহৰণ কৰা হৈছে: 06-06-2022.[সংযোগবিহীন উৎস]