জাদুগৰ (ইংৰাজী: Jaadugar‌) সমীৰ চাক্সেনাৰ দ্বাৰা পৰিচালিত আৰু বিশ্বপতি চৰকাৰৰ দ্বাৰা লিখা আৰু নতুন প্ৰতিষ্ঠিত প্ৰযোজনা প্ৰতিষ্ঠান পোষম পা পিকচাৰ্ছৰ বেনাৰত প্ৰযোজিত মুক্তি লাভ কৰিবলগা ভাৰতীয় হিন্দী ভাষাৰ ক্ৰীড়া নাটক চলচ্চিত্ৰ। চলচ্চিত্ৰখনত জাভেদ জাফৰী, জিতেন্দ্ৰ কুমাৰ আৰু আৰুষী শৰ্মাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।‌‍‍‍[1][2][3]

জাদুগৰ
পৰিচালক সমীৰ চাক্সেনা
ৰচনা বিশ্বপতি চৰকাৰ
প্ৰযোজক
  • সৌৰভ খান্না
  • অমিত গোলানি
  • সমীৰ চাক্সেনা
অভিনয়ত জিতেন্দ্ৰ কুমাৰ
আৰুষী শৰ্মা
জাভেদ জাফৰী
প্ৰযোজনা
কোম্পানী
পোষম পা পিকচাৰ্ছ
পৰিবেশক নেটফ্লিক্স

অভিনয়ত সম্পাদনা কৰক

ক্ৰমিক অভিনয়ত চৰিত্ৰ
জিতেন্দ্ৰ কুমাৰ যাদুকৰ মীনু[4]
আৰুষী শৰ্মা
জাভেদ জাফৰী ফুটবল প্ৰশিক্ষক[5]

পটভূমি সম্পাদনা কৰক

মধ্য প্ৰদেশৰ এখন সৰু ফুটবল প্ৰেমী চহৰত, এজন সৰু যাদুকৰ, মেজিক মীনু যাৰ কোনো এথলেটিক দক্ষতা নাই তেওঁ নিজৰ প্ৰেমৰ আগ্ৰহক বিয়া কৰাবলৈ ফুটবল ট্ৰফী জিকিব লাগিব কিন্তু সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া তেওঁ গম পায় যে তেওঁৰ দলটোৱে কেইবছৰমানৰ ভিতৰত এখন খেল জিকিব পৰা নাই।[3][4][6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Jitendra Kumar announces Netflix debut Jaadugar with Arushi Sharma & Jaaved Jaaferi" (en ভাষাত). Republic World. https://www.republicworld.com/entertainment-news/web-series/jitendra-kumar-announces-netflix-debut-jaadugar-with-arushi-sharma-and-jaaved-jaaferi.html। আহৰণ কৰা হৈছে: 2021-05-22. 
  2. "Jitendra Kumar and Arushi Sharma to star in a sports-based Netflix original film : Bollywood News". Bollywood Hungama. 2021-01-05. https://www.bollywoodhungama.com/news/bollywood/jitendra-kumar-arushi-sharma-star-sports-based-netflix-original-film/। আহৰণ কৰা হৈছে: 2021-05-22. 
  3. 3.0 3.1 "Jaadugar | Netflix Official Site" (en ভাষাত). www.netflix.com. https://www.netflix.com/title/81318112। আহৰণ কৰা হৈছে: 2021-05-22. 
  4. 4.0 4.1 "All the upcoming Netflix Original Indian movies revealed in 2021" (en-US ভাষাত). TechnoSports. 2021-03-05. https://technosports.co.in/2021/03/05/all-the-upcoming-netflix-original-indian-movies-revealed-in-2021/। আহৰণ কৰা হৈছে: 2021-05-22. 
  5. "Javed Jaffery denies being a part of this project ,- News" (en ভাষাত). IndiaGlitz. https://www.indiaglitz.com/javed-jaffery-denies-being-a-part-of-this-hindi-_amp-news-284797। আহৰণ কৰা হৈছে: 2021-05-22. 
  6. Staff, Scroll. "Netflix 2021 slate: Films 'Haseen Dillruba' and 'Navarasa', Madhuri Dixit series and Ray tribute" (en-US ভাষাত). Scroll.in. https://scroll.in/reel/988274/netflix-2021-slate-films-haseen-dillruba-and-navarasa-madhuri-dixit-series-and-ray-tribute। আহৰণ কৰা হৈছে: 2021-05-22. 

বাহ্যিক সংযোগসমূহ সম্পাদনা কৰক