জালুকবাৰী (ইংৰাজী: Jalukbari) হৈছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এলেকা। ই অসমৰ শিক্ষা জগতৰ অন্যতম কেন্দ্ৰস্থল য'ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত।

জালুকবাৰী
এলেকা
Map

শিক্ষানুষ্ঠান সমূহ

সম্পাদনা কৰক
  1. গুৱাহাটী বিশ্ববিদ্যালয়
  2. অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
  3. চৰকাৰী আয়ূৰ্বেদিক মহাবিদ্যালয়

অন্যান্য প্ৰতিষ্ঠান সমূহ

সম্পাদনা কৰক
  1. অসম আৰক্ষী ৰেডিঅ' সংগঠন (এ. পি. আৰ. অ'.)
  2. আকাশবাণীৰ উচ্চ ক্ষমতা ট্ৰান্সমিটাৰ
  3. ভাৰত-তিব্বত সীমান্ত আৰক্ষী কেম্প (আই. টি. বি. পি.)

উল্লেখযোগ্য স্থান

সম্পাদনা কৰক
  1. লাচিত উদ্যান
  2. ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ