মূল মেনু খোলক
১০ ১১ ১২ ১৩
১৪ ১৫  ১৬  ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২১ জুলাই (ইংৰাজী21 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০২তম (অধিবৰ্ষত ২০৩তম) দিন। বছৰ শেষ হ'বলৈ ১৬৩ দিন বাকী থাকে।

সূচী

জন্মসম্পাদনা কৰক

  1. ১৮৯৯ চনৰ আজিৰ দিনটোত আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্ম হয় । তেওঁৰ বিশ্ব প্ৰসিদ্ধ উপন্যাস হ’ল ‘দ্য অ'ল্ড মেন এণ্ড দ্য ছী’; যাৰ বাবে তেখেতে ১৯৫৪ চনত সাহিত্যৰ নোবেল লাভ কৰিছিল ।

অনান্যসম্পাদনা কৰক

  1. পিতৃ ছাহজাহানক আগ্ৰা দূৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাৱে ঔৰংগজেৱে ১৬৫৮ চনৰ আজিৰ দিনটোতে দিল্লীৰ ৰাজপাটত উঠে ।
  2. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হৈছিল ১৯০৬ চনৰ আজিৰ দিনটোতে ।
  3. ২০০১ চনৰ আজিৰ দিনটোতে কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫জনক গুলীয়াই হত্যা কৰা হয় ।
  4. ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে প্ৰতিভা দেৱী সিং পাটিলক নিৰ্বাচিত কৰা হয় ২০০৭ চনৰ আজিৰ দিনটোতে ।
  5. ১৯৫৪ চনৰ আজিৰ দিনটোতে পৰ্তুগীজৰ হাতৰপৰা দাদৰ মুক্ত কৰা হয় ।
  6. এপল’—১১ ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল ১৯৬৯ বৰ্ষৰ আজিৰ দিনটোতে ৷
  7. জাৰ্মানিৰ অট’ভন থিনিয়েনথালৰ দ্বাৰা বাৰ্লিনত গ্লাইডাৰেৰে প্ৰথমটো উৰণ সম্পন্ন হৈছিল ১৮৯১ চনৰ আজিৰ দিনটোতে ৷

দিৱসসম্পাদনা কৰক

  1. আজি বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস। আজিৰ দিনটোতত ১৮৩১ চনত বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয় ।

বাহ্যিক সংযোগসম্পাদনা কৰক