জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়


জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (ইংৰাজী: Jawaharlal Nehru University, হিন্দী: जवाहरलाल नेहरू विश्वविद्यालय) ভাৰতৰ নতুন দিল্লীৰ দক্ষিণাংশত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন বিজ্ঞান, সামাজিক বিজ্ঞান, মানৱবিদ্যা, আন্তৰ্জাতিক অধ্যয়ন আদি বিষয়ত উচ্চ মানৰ শিক্ষা আৰু গৱেষণাত গোটেই ভাৰতৰ শীৰ্ষস্থানীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
স্থাপিত ২২ এপ্ৰিল ১৯৬৯
ধৰণ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
আচাৰ্য ভি কে সাৰস্বত
পৰিদৰ্শক ভাৰতৰ ৰাষ্ট্ৰপতি
শৈক্ষিক কৰ্মচাৰী ৬১৪
শিক্ষাৰ্থী ৮৪৩২
স্নাতক শিক্ষাৰ্থী ৯০৫
স্নাতকোত্তৰ শিক্ষাৰ্থী ২১৫০
ডক্টৰেট শিক্ষাৰ্থী ৫২১৯
স্থান নতুন দিল্লী, দিল্লী, ভাৰত
চৌহদ চহৰ
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
NAAC
Association of Indian Universities
ৱেবছাইট www.jnu.ac.in