ড
ড অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ড'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ড'ৰ লগত যোগ হ'লে |
---|---|
অ | ড |
আ | ডা |
ই | ডি |
ঈ | ডী |
উ | ডু |
ঊ | ডূ |
ঋ | ডৃ |
এ | ডে |
ঐ | ডৈ |
ও | ডো |
ঔ | ডৌ |
যুক্তবৰ্ণ (ড যোগ)
সম্পাদনা কৰকড + ড = ড্ড = আড্ডা
ড + ৰ = ড্ৰ = ড্ৰাম
'ড'ৰে আৰম্ভ শব্দৰ উদাহৰণ
সম্পাদনা কৰক- ডবকা
- ডবা
- ডংকা
- ডকাইত
- ডাং
- ডেউকা
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ