ড়

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৫ নং আখৰ

ড় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ড়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ড়'ৰ লগত যোগ হ'লে
ড়
ড়া
ড়ি
ড়ী
ড়ু
ড়ূ
ড়ৃ
ড়ে
ড়ৈ
ড়ো
ড়ৌ

'ড়'যুক্ত শব্দ সম্পাদনা কৰক

  • ভাড়া
  • গঁড
  • কড়ি
  • গড়
  • বড়গছ আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ