ডিৱাই ৩৬৫
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ডি ৱাই ৩৬৫ (ইংৰাজী: DY 365)হৈছে উত্তৰ-পূব ভাৰতৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ[1]। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড। এই চেনেলত মুখ্যতঃ অসমীয়া ভাষাত বাতৰিৰ উপৰিও সংগীতৰ অনুষ্ঠান, বিনোদন, চলচ্চিত্ৰ, ধাৰাবাহিক আদি পৰিৱেশন কৰা হয়। ২০০৮ চনৰ ৩০ অক্টোবৰত এই চেনেলটোৰ প্ৰতিষ্ঠা কৰা হৈছিল[1]।
ডি ৱাই ৩৬৫ | |
---|---|
ডি ৱাই ৩৬৫-ৰ ল'গ' | |
উদ্বোধন | ৩০ অক্টোবৰ, ২০০৮ |
গৰাকী | ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড |
শ্ল'গান | নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | জোনাক |
ৱেবছাইট | dy365.in |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৬২৪ |
বিগ টিভি (ভাৰত) | চেনেল নং ৭৮৪ |
ডিছ টিভি (ভাৰত) | চেনেল নং ৭৮১ |
চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) | চেনেল |
টাটা স্কাই (ভাৰত) | চেনেল নং ১৯৭০ |
ভিডিঅ'কন ডি টি এইচ (ভাৰত) | চেনেল নং ৮৪৩ |
উল্লেখযোগ্য অনুষ্ঠান
সম্পাদনা কৰক- প্ৰভাতী আৰতি
- মত ভিন্নমত
- এই সময়
- ডি ৱাই পৰিক্ৰমা
- জুহাল
- অচিনাকি অসম
- মহানগৰ ৩৬৫
- প্ৰসংগক্ৰমে
- একান্ত ব্যক্তিগত
- ডি ৱাই মেডলি
- ডি ৱাই বিহুৰানী
- বিজনেচ বৃত্তান্ত
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "DY 365 Satellite News Channel of Assam and Northeast - Watch online or preview on TV". assamjournal.com. Archived from the original on November 17, 2012. https://web.archive.org/web/20121117122024/http://www.assamjournal.com/2011/04/dy-365-satellite-news-channel-of-assam.html। আহৰণ কৰা হৈছে: March 22, 2013.