তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট

চীনৰ ইতিহাস
পেকিং মানৱ
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
শ্বিয়া ৰাজবংশ
শ্বাং ৰাজবংশ
ঝৌ ৰাজবংশ
শৰৎ আৰু বসন্তৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ
চিন ৰাজ্য
চু-হান যুদ্ধ
হান ৰাজবংশ
তিনি ৰাজ্য
জিন ৰাজবংশ
ষোল্ল ৰাজ্য
ৱেই ৰাজবংশ
লিউ চং ৰাজবংশ
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ
চুই ৰাজবংশ
টাং ৰাজবংশ
চং ৰাজবংশ
জিন ৰাজবংশ (দ্বিতীয়)
মংগোলৰ চীন দখল
য়ুৱান ৰাজবংশ
মিং ৰাজবংশ
চিং ৰাজবংশ
চীন গণৰাজ্য
গণপ্ৰজাতন্ত্ৰী চীন

তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট চীনৰ উত্তৰ ভাগৰ মিথকত পোৱা শাসক বা দেৱতাৰ দুটি গোট। তিনি সাৰ্বভৌম পাঁচ ৰজাতকৈ আগতে বাস কৰিছিল, যাৰ কাল খ্ৰীষ্টপূৰ্ব ৩১২৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০৭০। বৰ্তমানে এওঁলোক সাংস্কৃতিক নায়ক।[1]

এই শাসকসকলৰ কাল কাল্পনিক হ'ব পাৰে, কিন্তু কিছু কিছু ব্যাখ্যাত এওঁলোকৰ কাল আছিল শ্বিয়া ৰাজবংশৰ আগৰ।[2]

বিৱৰণ সম্পাদনা কৰক

তিনি সাৰ্বভৌম, যাক কোনো কোনোৱে তিনি আগষ্টজনো বোলে, দেৱ-ৰজা বা দেৱতা[3] যিয়ে নিজৰ শক্তিৰ ব্যৱহাৰ কৰিছিল জনগণৰ জীৱন ভাল কৰিবলৈ আৰু তেওঁলোকক প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিবলৈ। পাঁচ সম্ৰাট হ'ল আদৰ্শ মুনি যি আছিল মহান চৰিত্ৰৰ অধিকাৰী আৰু দীৰ্ঘায়ু। তেওঁলোকে শান্ত সাম্ৰাজ্য শাসন কৰিছিল। ভিন ভিন ঐতিহাসিক গ্ৰন্থত তিনিও সম্ৰাটক ভিন ভিন পৰিচয় প্ৰদান কৰা হৈছে।

তিনি সম্ৰাটে জুইৰ ব্যৱহাৰ, গৃহ নিৰ্মাণ আৰু কৃষিৰ ব্যৱহাৰ জনগণক শিকাইছিল। হুৱাংডিৰ পত্নী লেইডুৱে পাতৰ সংস্কৃতি আৰম্ভ কৰিছিল। দৰবৰ আৱিষ্কাৰ, পঞ্জিকাৰ নিৰ্মাণ আৰু চীনা লিপিৰ নিৰ্মাণৰ শ্ৰেয়ো পাঁচ সম্ৰাটকে দিয়া হয়। তেওঁলোকৰ কালৰ পাছত মহান য়ুৱে শ্বিয়া ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।[4]

ঊনবিংশ শতিকাৰ আধুনিক তত্ত্বৰ মতে, হালধীয়া সম্ৰাট হুৱাশ্বিয়া লোকৰ বংশৰ প্ৰণেতা।[5] এই মিথকৰ উদ্‌যাপনতেই শ্বানশ্বি প্ৰান্তহালধীয়া সম্ৰাটৰ স্মৃতিত সৌধ তৈয়াৰ কৰা হৈছে।[6]

চীনা ভাষাত হুৱাংডি শব্দই সম্ৰাট বুজায়। এই শব্দৰ উৎসও এই মিথক। এই উপাধিৰ প্ৰথম ব্যৱহাৰকাৰী চিন শ্বি হুৱাঙে যহৌ ৰাজ্যৰ সকলো ভূমি একত্ৰিত কৰিছিলে, আৰু এই ভূমি আছিল তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাটৰ অধীনত থকা ভূমিতকৈও অধিক।

চিত্ৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Hucker, Charles (1995). China's Imperial Past: An Introduction to Chinese History and Culture. Stanford University Press. পৃষ্ঠা. 22. ISBN 9780804723534. 
  2. Morton, W. Scott; Lewis, Charlton M. (2005). China: its history and culture. McGraw-Hill. পৃষ্ঠা. 14. ISBN 978-0-07-141279-7. https://archive.org/details/chinaitshistoryc00mort_134. 
  3. Eliade, Mircea; Adams, Charles J., eds. (1987). The Encyclopedia of religion. 9, Liu-Mith. Macmillan. p. 133. 
  4. Morton, W. Scott; Lewis, Charlton M. (2005). China: its history and culture. McGraw-Hill. পৃষ্ঠা. 14. ISBN 978-0-07-141279-7. https://archive.org/details/chinaitshistoryc00mort_134. 
  5. 王恆偉 (2005). Zhongguo li shi jiang tang #1 Yuan gu zhi Chun Qiu. 中華書局. পৃষ্ঠা. 13. ISBN 962-8885-24-3. 
  6. 王恆偉 (2005). Zhongguo li shi jiang tang #1 Yuan gu zhi Chun Qiu. 中華書局. পৃষ্ঠা. 13. ISBN 962-8885-24-3.