তেজপুৰ চিকিৎসা মহাবিদ্যালয়

স্থানাংক: 26°40′49″N 92°39′12″E / 26.6802778°N 92.6533333°E / 26.6802778; 92.6533333

তেজপুৰ চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Tezpur Medical College & Hospital) হৈছে অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়। অসমৰ তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৩ চনত এই মহাবিদ্যালয়খন উদ্বোধন কৰে। ভাৰতীয় চিকিৎসা পৰিষদৰ পৰিদৰ্শনৰ পিছত ২০১৪-১৫ বৰ্ষৰ পৰা ১০০ জন চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ অনুমতি দিয়া হৈছে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়
Tezpur Medical College and Hospital
মূলমন্ত্ৰ सर्वे सन्तु निरामयाः Sarve santu niramaya
স্থাপিত ২০১৩
ধৰণ ৰাজহুৱা
অধীক্ষক ঊষা শৰ্মা, এম ডি, (পেথ')
অধ্যক্ষ অধ্যাপক (ডাঃ) কৰুণা হাজৰিকা
শৈক্ষিক কৰ্মচাৰী ১২০+
স্নাতক শিক্ষাৰ্থী ১০০
স্থান বিহাগুৰী, তেজপুৰ ,শোণিতপুৰ
26°40′49″N 92°39′12″E / 26.6802778°N 92.6533333°E / 26.6802778; 92.6533333
উপনাম তি এম চি (TMC)
ভুক্তি শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় [1]

অৱস্থান আৰু পৰিবহণ সম্পাদনা কৰক

তেজপুৰ চিকিৎসা মহাবিদ্যালয় অসমশোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ প্ৰায় ১৫ কি.মি. দূৰৰ বিহগুৰিত অৱস্থিত।

বিভিন্ন বিভাগ সম্পাদনা কৰক

অসম চিকিৎসা মহাবিদ্যালয়ত মুঠ ২২টা বিভাগ আছে। সেইকেইটা হৈছে :

  • অৰ্থ’পেডিক্স্ বিভাগ
  • ডিঙি ,কাণ আৰু নাক বিভাগ
  • এনাস্থেচিয়’ল’জি বিভাগ
  • কমিউনিটি মেডিচিন বিভাগ
  • চকু-চিকিৎসা বিভাগ
  • চৰ্মৰোগ বিভাগ
  • জৈৱ-ৰসায়ন বিভাগ
  • যক্ষ্মাৰোগ বিভাগ

  • দন্ত-চিকিৎসা বিভাগ
  • ফাৰ্মাক’লজি বিভাগ
  • ফিজিঅ’লজি বিভাগ
  • ফৰেনচিক মেডিচিন বিভাগ
  • মাইক্ৰ’বায়লজি বিভাগ
  • মানসিক ৰোগ বিভাগ

  • মেডিচিন বিভাগ
  • ৰেডিঅ’ডায়েগন’চিচ বিভাগ
  • ৰোগতত্ত্ব বিভাগ
  • শিশু-চিকিৎসা বিভাগ
  • শৈল্য-চিকিৎসা বিভাগ
  • শৰীৰতত্ত্ব বিভাগ
  • স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ
  • স্নায়ুৰোগ বিভাগ

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্য সংযোগ সম্পাদনা কৰক

  1. tmcassam.org/contact.php "affiliations". http://www. tmcassam.org/contact.php। আহৰণ কৰা হৈছে: August 20, 2012.