তেলেগু ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তেলেগু সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৭১,০১৮ প্ৰবন্ধ আছে।

Favicon of Wikipedia তেলেগু ৱিকিপিডিয়া
Wikipedia-logo-v2-te.svg
ইউ আৰ এল te.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা তেলেগু
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২১ চনত তেলেগু ৱিকিপিডিয়াৰ ৭১,০১৮টা প্ৰবন্ধ, ১,০৫,০০০ গৰাকী সম্পাদক, ১৩ গৰাকী প্ৰশাসক আৰু ১৩,৬৯২টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩১,৫৪,৮৭৮।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

তেলেগু ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক