তৰুণ চন্দ্ৰ পামেগাম অসমীয়া তথা মিচিং ভাষাত ৰচনা কৰা এজন সাহিত্যিক। তেওঁ অসম সাহিত্য সভাৰ উপ-সভাপতিও আছিল।

সৃষ্টিসম্পাদনা কৰক

তৰুণ চন্দ্ৰ পামেগামে কেইবাটাও ৰচনা কৰি থৈ গৈছে। সেতু তেওঁৰ এখন অনাতাৰ নাটক।[1] এই নাটকে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিছিল। মিচিং লোকগীতৰ বিষয়ে ৰচিত মিচিং সকলৰ লোক গীত তেওঁৰ অন্য এখন গ্ৰন্থ।[2]

জীৱনসম্পাদনা কৰক

তৰুণ চন্দ্ৰ পামেগামৰ জন্ম ১৯২৪ চনত হৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল ১৯৮৩ চনত।[3]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "AIR Dibrugarh celebrates 43 years". The Assam Tribune. Thursday, February 16, 2012. http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1612/state06। আহৰণ কৰা হৈছে: 11 April 2020. 
  2. "Folksongs of the Misings / collected and compiled by late Tarun Chandra Pamegam ; editor, Birendranath Datta". University of Pennsylvania. Penn Libraries. https://franklin.library.upenn.edu/catalog/FRANKLIN_9915521873503681। আহৰণ কৰা হৈছে: 11 April 2020. 
  3. "Some great Assamese in the last 1000 years". Assam Portal Online since 1997. https://assam.org/pages/some-great-assamese-last-1000-years। আহৰণ কৰা হৈছে: 11 April 2020. 

বাহ্যিক সংযোগসম্পাদনা কৰক