দুমৌৰ বা দুমীৰ মিচিং জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা গামোচা৷ ইয়াক পুৰুষ মহিলা উভয়েই ব্যৱহাৰ কৰে৷ দুমৌৰ একৰ পৰা দুই মিটাৰ হয়৷ ইয়াৰ দুয়োটা মূৰত ফুল বছা হয় বা যিকোনো ৰঙৰ সূতাৰে পাৰি দি আঁচু বৈ দিয়া হয়৷ দুমৌৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে পৰিধান কৰা হয়৷ কেতিয়াবা কঁকালত, কেতিয়াবা মূৰত বা গাত লোৱা হয়৷[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. অসমৰ লোক-সংস্কৃতি, চাও লোকেশ্বৰ গগৈ