ধেমাজি মহাবিদ্যালয় (ইংৰাজী: Dhemaji College) ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয়।

ধেমাজি মহাবিদ্যালয়
ধেমাজি কলেজ
লেটিন: collegium Dhemaji
স্থাপিত ১ আগষ্ট ১৯৬৫
ধৰণ ৰাজহুৱা
মূল প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়
সভাপতি খগেন বৰগোহাই
অধীক্ষক কুমুদ বৰগোহাঁই (ছাত্ৰাবাস), দীপালী নেওগ (ছাত্ৰীনিবাস),শৈলেন বৰকাকতী (ছাত্ৰীনিবাস)
উপাচাৰ্য ড৹ দি.কে. চক্ৰৱতী, (বিভাগীয় প্ৰমুখ, অৰ্থনীতি বিভাগ),ডিব্ৰুগড় বিশ্ববিদ্যালয় (মনোনীত) , ড৹ পুষ্প গগৈ,(প্ৰাক্তন বিভাগীয় প্ৰমুখ, উদ্ভিদ বিজ্ঞান বিভাগ) (মনোনীত)
অধ্যক্ষ ড° দীপক কুমাৰ নেওগ
শৈক্ষিক কাৰ্যবাহী বিষয়া ড° অন্নজ্যোতি গগৈ (বিভাগীয় প্ৰমুখ, উদ্ভিদ বিজ্ঞান বিভাগ)
স্থান ধেমাজি নগৰ, অসম
চৌহদ ধেমাজি মহাবিদ্যালয়, শিশু শিক্ষা আৰু বৃত্তি বিকাশ কেন্দ্ৰ (CECDC), স্বচলিত বতৰ তথ্য কেন্দ্ৰ (Automatic weather information centre )
ৱেবছাইট https://www.dhemajicollege.in/

ইতিহাস সম্পাদনা কৰক

১৯৬৫ চনৰ ১ আগষ্ট তাৰিখে ধেমাজি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।

স্বীকৃতি সম্পাদনা কৰক

২০১০ চনত ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ দ্বাৰা Centre with Potential Excellence (CPE) হিচাপে সন্মানিত কৰা হৈছিল।

বিভাগ আৰু কেন্দ্ৰসমূহ সম্পাদনা কৰক

শৈক্ষিক বিভাগ সম্পাদনা কৰক

  • অসমীয়া বিভাগ
  • অৰ্থনীতি বিভাগ
  • শিক্ষাতত্ত্ব বিভাগ
  • ইংৰাজী বিভাগ
  • বুৰঞ্জী বিভাগ
  • ৰাজনীতি-বিজ্ঞান বিভাগ
  • সমাজতত্ত্ব বিভাগ
  • ৰসায়ন-বিজ্ঞান বিভাগ
  • উদ্ভিদবিজ্ঞান বিভাগ
  • প্ৰাণীবিজ্ঞান বিভাগ
  • গণিত বিভাগ
  • বিদ্যুৎ বিভাগ
  • পদাৰ্থ-বিজ্ঞান বিভাগ
  • কম্পিউটাৰ বিজ্ঞান
  • দৰ্শন বিভাগ

কেন্দ্ৰ সম্পাদনা কৰক

  • শিশু শিক্ষা আৰু বৃত্তি বিকাশ কেন্দ্ৰ (CECDC)
  • স্বচলিত বতৰ তথ্য কেন্দ্ৰ (Automatic weather information centre )

পাঠ্যক্ৰম সম্পাদনা কৰক

মহাবিদ্যালয় খনত বৰ্তমান উপলব্ধ পাঠ্যক্ৰম সমূহ:--

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান শাখা)
  • স্নাতক ডিগ্ৰী (কলা আৰু বিজ্ঞান শাখা)
  • কম্পিউটাৰ বিজ্ঞান ডিগ্ৰী (Bachelor of Computer Application) (অনাগত)
  • স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম
    • উদ্ভিদ কলা-কৰ্ষণ

স্নাতকোত্তৰ ডিপ্লমা

    • দুৰ্যোগ ব্যৱস্থাপনা স্নাতকোত্তৰ ডিপ্লমা
  • স্নাতক ডিপ্লমা
  • প্ৰমাণপত্ৰ
  1. কম্পিউটাৰ এপ্লিকেচন.
  2. মানৱ অধিকাৰ,
  3. ভ্ৰমণ আৰু পৰ্যটন পৰিচালনা,
  • বন আৰু বন্যজীৱন পৰিচালনাৰ ওপৰত স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম ইত্যাদি..

মহাবিদ্যালয়খনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভিন্ন পাঠ্যক্ৰম সমূহ প্ৰদান কৰে।

ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস সম্পাদনা কৰক

ধেমাজি মহাবিদ্যালয় ছাত্ৰাবাস সম্পাদনা কৰক

  • মুঠ আসন= ৫২
  • অধীক্ষক= কুমুদ বৰগোহাঁই

ৰত্নদীপা ছাত্ৰীনিবাস সম্পাদনা কৰক

  • মুঠ আসন= ৩০

মনিদিপা ছাত্ৰীনিবাস সম্পাদনা কৰক

  • মুঠ আসন= ৩০

জ্ঞানদীপা ছাত্ৰীনিবাস সম্পাদনা কৰক

  • মুঠ আসন= ৩৫
  • অধীক্ষক= দীপালী নেওগ,শৈলেন বৰকাকতী

স্বচলিত বতৰ তথ্য কেন্দ্ৰ সম্পাদনা কৰক

মহাবিদ্যালয় খনত স্বচলিত বতৰ তথ্য কেন্দ্ৰ ( Automatic Weather Information Centre) আছে যি Indian Space Research Organisation (ISRO), Bangalore and Assam Science, Technology and Environment Council (ASTEC), Guwahati ৰ অন্তৰ্গত। তদুপৰি অন্য এটা Automatic Weather Information Centre মহাবিদ্যালয়ত আছে যি ASTEC আৰু Department of Science and Technology, অসম চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক