ন'বেল বঁটা (১৯৯৭)
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই সাঁচ আৰু চিত্ৰৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই সাঁচ আৰু চিত্ৰৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
১৯৯৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
১ | পদাৰ্থ বিজ্ঞান | ষ্টিফেন ছু Steven Chu |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "লেজাৰ ৰশ্মিৰ সহায়েৰে পৰমাণু শীতল কৰি আৱদ্ধ কৰাৰ পদ্ধতি বিকাশৰ বাবে" ("for development of methods to cool and trap atoms with laser light") | |
ক্ল' ক'হেন-টেন'ড্জি Claude Cohen-Tannoudji |
ফ্ৰান্স | ||||
উইলিয়াম ডি. ফিলিপ্ছ William D. Phillips |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
২ | ৰসায়ন বিজ্ঞান | পল ডি. ব'য়াৰ Paul D. Boyer |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "এডিন'ছিন ট্ৰাইফছফেট (ATP) সংশ্লেষণৰ উৎসেচকীয় বিক্ৰিয়াৰ ওপৰত কৰা অৱলোকনৰ বাবে " ("for their elucidation of the enzymatic mechanism underlying the synthesis of adenosine triphosphate (ATP)") | |
জন ই. ৱাকাৰ John E. Walker |
যুক্তৰাজ্য | ||||
জেন্স চি. স্কো Jens C. Skou |
ডেনমাৰ্ক | "প্ৰথম আয়ন-পৰিবাহী উৎসেচক Na+, K+ -ATPase-ৰ আৱিষ্কাৰৰ বাবে" ("for the first discovery of an ion-transporting enzyme, Na+, K+ -ATPase") | |||
৩ | ফিজিঅ'লজী বা মেডিচিন | ষ্টেন্লি বি. প্ৰুছিনাৰ Stanley B. Prusiner |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "প্ৰিয়'ন - সংক্ৰমণৰ এক নতুন জৈৱিক প্ৰণালীৰ উদ্ঘাটনৰ বাবে" ("for his discovery of Prions - a new biological principle of infection") | |
৪ | সাহিত্য | ডেৰিঅ' ফ' Dario Fo |
ইটালী | "কৰ্তৃত্ববাদৰ প্ৰতি বিদ্বেষাত্মক আৰু দীনজনৰ প্ৰগতিৰ বাবে তেখেতে মধ্যযুগীয় বিদুষক এজনৰ দৰে ক্ৰিয়া কৰে" ("who emulates the jesters of the Middle Ages in scourging authority and upholding the dignity of the downtrodden") | |
৫ | ন'বেল শান্তি বঁটা | ভূ-মাইন নিৰসনৰ বাবে আন্তৰ্জাতিক অভিযান (ICBL) International Campaign to Ban Landmines |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"নৰসংহাৰী 'মাইন'ৰ ওপৰত প্ৰতিবন্ধকতা লগোৱা আৰু এনে 'মাইন' নিস্ক্ৰিয় কৰাৰ বাবে তেওঁলোকে কৰি যোৱা কৰ্মৰ বাবে " ("for their work for the banning and clearing of anti-personnel mines") | |
জ'ডি উইলিয়ামছ Jody Williams |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
৬ | অৰ্থনীতি বিজ্ঞান | ৰবাৰ্ট চি. মেৰ্টন Robert C. Merton |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "অৱকলজ-ৰ মান নিৰূপনৰ বাবে প্ৰয়োগ কৰা এক নতুন পদ্ধতিৰ বাবে" ("for a new method to determine the value of derivatives") | |
মায়ৰন এছ. স্ক'লেছ Myron S. Scholes |
আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক* "List of All Nobel Laureates 1997". Nobelprize.org. আহৰণ কৰা তাৰিখ: 01 Feb 2013
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ন'বেল বঁটা বিজয়ী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |