নিয়মীয়া বাৰ্তা এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়[1]। কাকতখনৰ বৰ্তমান সম্পাদক নৰেশ কলিতা আৰু অমল দাস কাৰ্যবাহী সম্পাদক। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।

নিয়মীয়া বাৰ্তা
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
প্ৰকাশক প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড (আৰ্কাশীষ পাব্লিকেচন প্ৰাইভেট লিমিটেড)
সম্পাদক নৰেশ কলিতা
প্ৰতিষ্ঠা ৪ মাৰ্চ ২০১১
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী
ৱেবছাইট niyomiyabarta.com

নিয়মীয়া বাৰ্তাৰ প্ৰকাশক হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।

কাৰ্যালয়

সম্পাদনা কৰক

বাতৰি কাকত খনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ নিউজ লাইভ বিল্ডিঙত অৱস্থিত। ইয়াৰোপৰি দুটা শাখা কাৰ্যালয় যোৰহাট আৰু ডিব্ৰুগড়ত আছে।

লগতে চাওক

সম্পাদনা কৰক

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. "About". https://niyomiyabarta.org/05072018/। আহৰণ কৰা হৈছে: ৬ মে ২০২০. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক