প্ৰাজক্তা কলি

ভাৰতীয় ইউটিউবাৰ
(প্ৰজক্তা কলিৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰাজক্তা কলি (ইংৰাজী: Prajakta Koli) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ৷ হাস্যৰসাত্মক ভিডিঅ' নিৰ্মাণৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে৷[1] ইউটিউবৰ জগতত প্ৰাজক্তা কলি ম'ষ্টলি ছেইন (MostlySane) হিচাপে পৰিচিত৷ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিৰ আধাৰত পৰ্যবেক্ষণভিত্তিক ৰসাত্মক ভিডিঅ' নিৰ্মাণত তেখেতে গুৰুত্ব দি আহিছে৷ [2]

প্ৰাজক্তা কলি
Prajakta Koli

২০১৮ চনত প্ৰাজক্তা কলি
ব্যক্তিগত তথ্য
জাতীয়তা ভাৰতীয়
জীৱিকা ইউটিউবাৰ, ব্লগাৰ
ৱেবপৃষ্ঠা mostlysane.in
ইউটিউবৰ তথ্য
চেনেল
সক্ৰিয় হৈ থকা সময় ২০১৫–বৰ্তমানলৈকে
প্ৰকাৰ হাস্যৰসাত্মক (কমেডি)
চাবস্ক্ৰাইবাৰৰ সংখ্যা ৫.৫২ মিলিয়ন
(২৩ জুলাই ২০২০)
সৰ্বমুঠ দৰ্শন ৭২২.৭৮ মিলিয়ন
(২৩ জুলাই ২০২০)
নেটৱৰ্ক ওৱান ডিজিটেল এণ্টাৰটেইনমেণ্ট
১,০০,০০০ চাবস্ক্ৰাইবাৰ 2016
১০,০০,০০০ চাবস্ক্ৰাইবাৰ 2019
July 2020-ৰ তথ্য

কেৰিয়াৰ সম্পাদনা কৰক

২০১৫ চনত ইউটিউবত নিজৰ চেনেলটো আৰম্ভ কৰাৰ আগতে প্ৰাজক্তাই মুম্বাইস্থিত ফেভাৰ ১০৪ এফএম ৰেডিঅ' ষ্টেচনত এগৰাকী ইণ্টাৰ্ণ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷[3]

২০১৮ চনৰ দিল্লীত আৰু ২০১৯ চনত মুম্বাইত অনুষ্ঠিত হোৱা "ইউটিউবত ফেনফেষ্ট"ত প্ৰাজক্তাই অনুষ্ঠান পৰিৱেশন কৰিছিল৷[4]২০১৮ চনৰ ডিচেম্বৰ মাহত তেখেতে ৰাষ্ট্ৰীয় টিভি বিজ্ঞাপনৰ বাবে এটা হোৱাটছআপ-সম্পৰ্কীয় বিজ্ঞাপন নিৰ্মাণত অংশ লয়৷[5][6]

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ফৰ্বচ আলোচনীয়ে যুগুত কৰা "৩০ৰ অনুৰ্দ্ধ ৩০" (30 under 30)ত স্থান লাভ কৰে৷ ইয়াৰ উপৰিও ভাৰতীয় বাণিজ্য আলোচনী আউটলুকৰ "মূল্যসম্পন্ন নাৰী" (Women of Worth)ৰ তালিকা[7] আৰু এণ্ট্ৰেপেনেয়ৰ ইন্ডিয়াৰ৩৫ ৰ অনুৰ্দ্ধ ৩৫ৰ তালিকাত প্ৰাজক্তাই স্থান লাভ কৰিছে৷ [8] "কছম'পলিটান" আলোচনীয়ে আয়োজন কৰা বছৰটোৰ ইউটিউবাৰ বঁটাৰেও প্ৰজক্তা সন্মানীত হয়৷[9] ২০২০ চনৰ জানুৱাৰীত, "গ্ৰেজিয়া ইণ্ডিয়া"ৰ বাৰ্ষিক "Cool List"ত তেখেতক স্থান দিয়া হয়৷ [10] ২০২০ চনৰ এপ্ৰিলত "বি ডব্লিউ বিজিনেছৱৰ্ল্ড"ৰ সৰ্বাধিক প্ৰভাৱশালী নাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সন্মান হিচাপে তেখেতে আলোচনীখনৰ বেটুপাতত স্থান লাভ কৰে৷[11]


বলিউদৰ একাধিক তাৰকা যেনে-কৰিনা কাপুৰ, নৱাজুদ্দিন ছিদ্দিকী আৰু বিকী কোশল কোলীৰ চেনেললৈ আগমন ঘটিছে৷[12][13]

২০২০ চনৰ জুলাই মাহত, কোলিয়ে খয়ালী পোলাউ (Khayali Pulao) নামৰ এখনি চুটি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে৷ এইখন চুটি ছবিখনৰ আধাৰ আছিল হাৰিয়ানাৰ গ্ৰামীন অঞ্চলত নাৰীৰ সৱলীকৰণ৷ [14]

একক কণ্ঠৰ গীত সম্পাদনা কৰক

বৰ্ষ শীৰ্ষক
২০১৭ "ছেইমলেছ" (সহযোগী-ৰাফতাৰ)
২০১৮ "ন' অফেন্স"
২০২০ "য়েহ ডিছ গানা হ্যেয়"

চলচ্চিত্ৰ সম্পাদনা কৰক

বৰ্ষ শীৰ্ষক চৰিত্ৰ পৰিচালক ভাষা টোকা
২০২০ খায়ালী পোলাও আশা তৰুণ ডুডেজা হাৰয়ানী ইউটিউবৰ আছুতীয়া, অভিনয়ত-য়শপাল শৰ্মা

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Meet Prajakta Koli and everything insane that makes her 'Insane'". indianexpress. 3 August 2018. https://indianexpress.com/article/lifestyle/life-style/meet-prajakta-koli-and-everything-insane-that-makes-her-mostly-sane-5290115/. 
  2. ScoopWhoop (2018-01-30). "Meet Prajakta Koli, The Funny Girl From Mumbai The Internet Is Falling In Love With" (En ভাষাত). ScoopWhoop. https://www.scoopwhoop.com/prajakta-koli-mostly-sane/. 
  3. "Queen of content Prajakta Koli takes us inside her life as a popular YouTuber". indiatoday. https://www.indiatoday.in/lifestyle/story/queen-of-content-prajakta-koli-takes-us-inside-her-life-as-a-popular-youtuber-1239456-2018-05-23. 
  4. "Uber Eats, Vivo, 5 Star do tamasha at YouTube FanFest 2019". afaqs!. https://www.afaqs.com/news/digital/54782_uber-eats-vivo-5-star-do-tamasha-at-youtube-fanfest-2019। আহৰণ কৰা হৈছে: 2019-11-06. 
  5. "WhatsApp's first India-specific TVCs attack fake news" (en-US ভাষাত). www.afaqs.com. 2018-12-03. https://www.afaqs.com/news/story/54044_WhatsApps-first-India-specific-TVCs-attack-fake-news। আহৰণ কৰা হৈছে: 2018-12-14. 
  6. WhatsApp, WhatsApp - जन्मदिन बाँटिये, हंसी-मजाक बाँटिये, खुशियाँ बाँटिये, अफवाहें नहीं., https://www.youtube.com/watch?v=qqHrZ5C1poY, আহৰণ কৰা হৈছে: 2018-12-14 
  7. "Prajakta Koli – Outlook Business WoW" (en-US ভাষাত). https://wow.outlookbusiness.com/tag/prajakta-koli/। আহৰণ কৰা হৈছে: 2019-11-06. 
  8. Sabharwal, Punita (2019-02-09). "Entrepreneur Reveals its 35 Under 35 Class of 2019" (en ভাষাত). Entrepreneur. https://www.entrepreneur.com/slideshow/327768। আহৰণ কৰা হৈছে: 2019-11-06. 
  9. Satote, Monika (2019-03-27). "Cosmopolitan Awards Winners 2019: See The Full Report" (en-US ভাষাত). Headlines of Today. Archived from the original on 2019-07-25. https://web.archive.org/web/20190725120717/https://www.headlinesoftoday.com/headlines/cosmopolitan-awards-winners-2019-see-the-full-report.html। আহৰণ কৰা হৈছে: 2019-11-06. 
  10. "Prajakta Koli for Grazia Cool List 2020" (en ভাষাত). grazia.co.in. https://www.grazia.co.in/video/prajakta-koli-for-grazia-cool-list-2020-i-grazia-india-4461.html। আহৰণ কৰা হৈছে: 2020-04-19. 
  11. "Anushka Sharma, Anita Dongre & Dipali Goenka among Business World's Most Influential Women - Exchange4media" (en ভাষাত). Indian Advertising Media & Marketing News – exchange4media. https://www.exchange4media.com/marketing-news/anushka-sharma-anita-dongre-prajakta-koli-among-business-worlds-most-influential-women-103809.html। আহৰণ কৰা হৈছে: 2020-04-19. 
  12. "Responsibility Has Become A Huge Focus For YouTube: Susan Wojcicki" (en ভাষাত). Forbes India. http://www.forbesindia.com/article/special/responsibility-has-become-a-huge-focus-for-youtube-susan-wojcicki/53085/1। আহৰণ কৰা হৈছে: 27 February 2020. 
  13. "Kareena Kapoor Khan digs ground; video goes viral" (en ভাষাত). mid-day. 5 October 2019. https://www.mid-day.com/articles/kareena-kapoor-khan-digs-ground-video-goes-viral/21848178। আহৰণ কৰা হৈছে: 27 February 2020. 
  14. "YouTube Star Prajakta Koli Makes Acting Debut with Short Film 'Khayali Pulav'" (Press release). https://www.news18.com/news/buzz/youtube-star-prajakta-koli-makes-acting-debut-with-short-film-khayali-pulav-2708641.html। আহৰণ কৰা হৈছে: 2020-07-23.