বকুল ফুলৰ দৰে (গ্ৰন্থ)

অসমীয়া ভাষাৰ উপন্যাস
(বকুল ফুলৰ দৰেৰ পৰা পুনঃনিৰ্দেশিত)

বকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে।[1] উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়। উপন্যাসখন ৯২.৭ বিগ এফ এমআজিৰ পৃষ্ঠা নামৰ অনুষ্ঠানটিৰ যোগেদি আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিও প্ৰচাৰ কৰা হৈছে।[2][3] ২০২১ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে এই গ্ৰন্থখনৰ বাবে মৃণাল কলিতাসাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰে।[4]

বকুল ফুলৰ দৰে  
গ্ৰন্থখনৰ বেটুপাত
গ্ৰন্থখনৰ বেটুপাত
লেখক মৃণাল কলিতা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক বান্ধৱ প্ৰকাশন
প্ৰকাশ নৱেম্বৰ, ২০১৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৮৩

লেখক পৰিচিতি সম্পাদনা কৰক

বকুল ফুলৰ দৰে উপন্যাসখনৰ ৰচক মৃণাল কলিতা অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ।[5] তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক।

লেখকৰ অন্যান্য গ্ৰন্থ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. বকুল ফুলৰ দৰে, লেখক-মৃণাল কলিতা, প্ৰকাশ, ২০১৭, পৰিমাৰ্জিত দ্বিতীয় প্ৰকাশ, বান্ধৱ প্ৰকাশন
  2. "আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নৱ বৰ্ষৰ উপহাৰ, এতিয়াৰে পৰা দৈনিক শ্ৰোতাই শুনিবলৈ পাব নাটক". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/guwahati-all-india-radio-press-meet-new-drama-broadcast-schedule/। আহৰণ কৰা হৈছে: ১১ মে' ২০২০. 
  3. "BOKUL FULOR DORE, All India Radio Guwahati". ইউটিউব. https://www.youtube.com/playlist?list=PLyLGCc-qiV128KJ3k1MYSWxpy56bYockq। আহৰণ কৰা হৈছে: ১১ মে' ২০২০. 
  4. "ভালখবৰ! অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা". News18 Assam-NorthEast. https://assam.news18.com/news/assam/2021-sahitya-akademy-award-to-anuradha-sarma-pujari-hb-183267.html. 
  5. মৃণাল কলিতা (২০১৯). অসমীয়া সাহিত্য চয়নিকা. প্ৰকাশক গুৱাহাটী: অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড. পৃষ্ঠা. ৬৯-৭০. 

বাহ্যিক সংযোগ সম্পাদনা কৰক