বজৰংগী ভাইজান

কবীৰ খানৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ চলচ্চিত্ৰ

বজৰংগী ভাইজান (ইংৰাজী: Brother Bajrangi) কবীৰ খানৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ[4] কে ভি ৱিজয়েন্দ্ৰ প্ৰসাদৰ দ্বাৰা লিখিত এই ছবি ছলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত।[5][6][7]

বজৰংগী ভাইজাান
পৰিচালক কবীৰ খান
ৰচনা কবীৰ খান
(Dialogue)
কৌছাৰ মুনিৰ
(Additional Dialogue)
চিত্ৰনাট্য কে ভি ৱিজয়েন্দ্ৰ প্ৰছাদ
কবীৰ খান
পাৰ্ৱীজ ছেইখ
আছাদ হুছেইন
কাহিনী কে ভি ৱিজয়েন্দ্ৰ প্ৰছাদ
প্ৰযোজক ছলমান খান
ৰকলাইন ভেংকাতেছ
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী অছীম মিশ্ৰা
সম্পাদনা ৰামেশ্বৰ ভগত
সংগীত পৰিচালক গীত
প্ৰীতম
Background score:
জুলিয়াছ পাকিয়াম
প্ৰযোজনা
কোম্পানী
ছলমান খান ফিল্মছ
কবীৰ খান
পৰিবেশক ইৰছ ইণ্টাৰ্ণেচনেল
মুক্তি
১৭ জুলাই ২০১৫ (2015-07-17)
দৈৰ্ঘ্য
১৫৯ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
সৰ্বমুঠ আয় ২৩২ কোটি (৩২.৫৩ মিলিয়ন ডলাৰ)(৪ দিনত)(সমগ্ৰ বিশ্বত)[1]

[2]

[3]

ছলমান খান, হৰ্ষালী মলহোত্ৰা, কৰীণা কাপোৰ, নাৱাজুদ্দিন ছিদ্দিকী এই ছবিৰ মুখ্য চৰিত্ৰ।[8][9] ছবিখন সমগ্ৰ বিশ্বতে ১৭ জুলাই ২০১৫ চনত মুকলি কৰা হ'ল ঈদৰ দিনা।[10][11]

পটভূমি সম্পাদনা কৰক

ছবিখনৰ আৰম্ভণিত ওলায় ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল চাই থকা এটি পাকিস্তানী মুছলমান পৰিয়াল। ছাহিদ আফ্ৰিদিয়ে পাকিস্তানক বিজয়ী কৰাৰ সময়তে এজনী গৰ্ভৱতী মহিলা (মেহেৰ ভিজ)ৰ পেটৰ কেঁচুৱাই গোৰ মাৰে। তেওঁ সেই কেঁচুৱাৰ (কন্যা)ৰ নাম ছাহিদা (হৰ্ষালী মলহোত্ৰা) ৰাখে। কেইবছৰমানৰ পিছত বোবা ছাহিদাৰ মাত আনিবলৈ মাকে তায়ে যায় দিল্লীনিজামুদ্দিন দৰগাহ। পিচে, ছাহিদা ভাৰততে হেৰাই যায়। মাক গৈ পাকিস্তান পায়।

কুৰুক্ষেত্ৰত হনুমানৰ ভক্ত এজন হিন্দু যুৱক পৱন কুমাৰ চতুৰ্ৱেদী (ছলমান খান)এ তাইক পাই। পৱনে ছোৱালীজনী হিন্দু আৰু মাক-বাপেকৰ পৰা পৃথক হোৱা বুলি ভাবি তাইক আশ্ৰয় দিয়ে।

ছাহিদাৰ নাম জানিব নোৱাৰি পৱনে তাইক মুন্নী নাম দিয়ে। দিল্লীৰ বাছত পৱনে নিজৰ কাহিনী সকলোকে শুনায়। তেওঁ নিজৰ দেউতাকৰ বন্ধু আৰু তেওঁ বিবাহ কৰিব বিচৰা ৰছিকা (কৰীণা কাপোৰ)ৰ ঘৰত থাকে। তেওঁ মুন্নীকো তেওঁৰ লগতে ৰাখে।

চৰিত্ৰ আৰু অভিনেতা সম্পাদনা কৰক

  • পৱন কুমাৰ চতুৰ্ৱেদী-- ছলমান খান
  • ছাহিদা/ মুন্নী-- হৰ্ষালী মলহোত্ৰা
  • ৰছিকা-- কৰীণা কাপোৰ
  • চান্দ নৱাব (পাকিস্তানী সাংবাদিক)-- নাৱাজুদ্দিন চিদ্দিকী
  • ছাহিদাৰ মাহ-- মেহেৰ ভিজ
  • --নজীম খান
  • যাত্ৰী-- কমলেশ গিল
  • মৌলানা চাহিব-- ওম পুৰী (গেষ্ট এপিয়াৰেঞ্চ)
  • দয়ানন্দ (ৰছিকাৰ দেউতাক)-- ছৰৎ ছক্সে'না
  • ৰছিকাৰ মাক-- অলকা কৌছল
  • আদনান ছামি (গেষ্ট এপিয়াৰেঞ্চ)
  • বজৰংগীৰ দেউতাক-- অটুল শ্ৰীৱাস্তৱ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.boxofficeindia.com/Details/art_detail/bajrangibhaijaancrosses125croreinfourdays#.Va4ZUbWdcxg
  2. http://www.boxofficeindia.com/Details/art_detail/bajrangibhaijaanoverseasbusiness
  3. "Top Worldwide Opening Weekends – Baahubali Fourth". Box Office India. 14 July 2015. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225033348/https://boxofficeindia.com/Details/art_detail/topworldwideopeningweekendsbaahubalifourth#.VaT7KF-qqko। আহৰণ কৰা হৈছে: 22 July 2015. 
  4. Bajrangi Bhaijaan: 5 reasons this is a Rs 500 crore Salman Khan film : Bollywood, News – India Today. Indiatoday.intoday.in (19 June 2015). Retrieved on 19 July 2015.
  5. Eros International acquires global distribution rights of Salman Khan's Bajrangi Bhaijaan and Hero | Bollywood News | Hindi Movies News | News. BollywoodHungama.com (8 December 2014). Retrieved on 19 July 2015.
  6. "If you want to see India bashing Pakistan then don't watch Bajrangi Bhaijaan: Salman Khan". Express Tribune. 10 July 2015. http://tribune.com.pk/story/918350/if-you-want-to-see-india-bashing-pakistan-then-dont-watch-bajrangi-bhaijaan-salman-khan/। আহৰণ কৰা হৈছে: 11 July 2015. 
  7. Bajrangi Bhaijaan Movie Review Archived 2015-07-22 at the Wayback Machine. Glamsham (18 May 2015). Retrieved on 19 July 2015.
  8. "Salman Khan to stay away from politics in Kabir Khan's Bajrangi Bhaijaan?". Bollywood Hungama. 5 September 2014. http://www.bollywoodhungama.com/movies/features/type/view/id/7138। আহৰণ কৰা হৈছে: 6 November 2014. 
  9. Why Harshaali Malhotra not Salman Khan is the real star of Bajrangi Bhaijaan. Dailyo.in. Retrieved on 19 July 2015.
  10. "First Look: Salman Khan, Kareena Kapoor on sets of Bajrangi Bhaijaan". Hindustan Times. 6 November 2014. Archived from the original on 6 November 2014. https://web.archive.org/web/20141106070438/http://www.hindustantimes.com/entertainment/bollywood/first-look-salman-khan-kareena-kapoor-on-sets-of-bajrangi-bhaijaan/article1-1282853.aspx। আহৰণ কৰা হৈছে: 5 November 2014. 
  11. "On way to box-office triumph BAJRANGI BHAIJAAN will smash records, left right and centre". Glamsham. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304222840/http://www.glamsham.com/movies/news/15/jul/bollywood-box-office-report-of-the-week-16-07-2015.asp। আহৰণ কৰা হৈছে: 16 July 2015.