বাঘেশ্বৰী মন্দিৰটো বহু পুৰণি মন্দিৰ। বাঘেশ্বৰী মন্দিৰটো বৰ্তমান জানিব পৰা মতে ঠাইখিনিক বঙাইগাওঁ বাঘেশ্বৰী মন্দিৰ বুলি কোৱা হয়। প্ৰথমে মন্দিৰটো পাহাৰত পূজা অৰ্চনা কৰা হৈছিল কিন্তু পাহাৰত পূজাৰীসকলৰ উঠা-নমা কৰাত অসুবিধা হোৱা কাৰণে পংকজ চৌধুৰীৰ ৰ দেউতাকক আলোচনা কৰি মন্দিৰৰ নামত মাটি অলপ দিবলে কয় তাৰ পিছত সেই মাটি খিনিত নতুনকৈ মন্দিৰটো ১৩৭৭ চনত ১১ বহাগত স্থাপন কৰা হয়। তাৰ পিছতে তহল পাঠক নামৰ মানুহজনক পূজাৰী বুলি তাৰ জনা যায়। পাৰ্বতীৰ আন এটা অংগৰ নাম বাঘেশ্বৰী আৰু আমাৰ এই বঙাইগাঁৱৰ বাঘেশ্বৰী মন্দিৰটোত তৰোৱালখন পৰা বাবে ইয়াত তৰোৱাল পূজা কৰা হয়। যিহেতু মন্দিৰটো শক্তিপীঠ মন্দিৰ তাত কোনো মুৰ্তি পূজা কৰা নহয় ।

বাঘেশ্বৰী মন্দিৰ
Lua error in Module:Location_map at line 425: No value was provided for longitude.
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা বঙাইগাওঁ
এলেকা বঙাইগাওঁ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী বাঘেশ্বৰী
প্ৰধান উৎসৱ শিৱপূজা,তৰোৱালপূজা
স্থাপত্য শৈলী অসমীয়া
মন্দিৰৰ সংখ্যা
পৌৰাণিক স্মৃতিচিহ্ন