মুখ্য লিখকৰ নাম নাই, IP 14.98.133.225 টাটা ফ'টন। কিন্তু যিয়েই নহওক ভাল কাম কৰিছে। লিখকক অনুৰোধ জনালোঁ যাতে তেখেতে এটা একাউন্ট খুলি লওক, আমাৰ ফেচবুক গ্ৰুপত যোগদান কৰক, মোৰ লগত যোগাযোগ কৰক আৰু দুইজন মিলি, পাৰিলে অন্যকো লগতে লৈ একেলগে আৰু ভালকৈ লিখোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 02:06, 20 এপ্ৰিল 2012 (UTC)

মূল প্ৰবন্ধটো দুলাল বৰুৱাই লিখিছিল, এতিয়া ইয়াত তেখেতে নিজে লিখিছেনে কোনোবাই কপি পেষ্ট কৰিছে সেয়া জানিব পৰা নাই| ফেচবুকত তেখেতলৈ বাৰ্তা দিছিলো| এতিয়ালৈ উত্তৰ দিয়া নাই| উত্তৰ দিলে জনাম|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:53, 20 এপ্ৰিল 2012 (UTC)
"ইবাঁকু বিচু" পৃষ্ঠালৈ উভতি যাওক।