বাৰ্তা:কনচেং বৰপাত্ৰ গোহাঁই

কনচেং বৰপাত্ৰ গোহাঁইৰ বাহিৰেও অতিৰিক্ত বহুতো কথা সোমাইছে প্ৰৱন্ধটোত, কিছুমান প্ৰয়োজন নাই নেকি? দীপাংকৰ চেতিয়া 16:54, 20 জানুৱাৰী 2012 (UTC)


লিখকজন নতুন| সেয়ে অলপ অসুবিধা পাইছে চাগে| কনচেং বৰপাত্ৰ গোহাঁইৰ বাহিৰেও অতিৰিক্ত বহুতো কথা সোমাইছে প্ৰৱন্ধটোত, কিন্তু অপ্ৰয়োজনীয় নহয়| আহোম বা আহোম সাম্ৰাজ্যত লৈ যাব পৰা হ’ব| চাবাচোন দীপাংকৰ চেতিয়া|

Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 17:08, 20 জানুৱাৰী 2012 (UTC)


"আহোম বা আহোম সাম্ৰাজ্যত লৈ যাব পৰা হ’ব|" মই থিক এইটোৱেই বুজাব খুজিছিলো | দীপাংকৰ চেতিয়া 17:24, 20 জানুৱাৰী 2012 (UTC)

স্বত্বাধিকাৰ উলঙ্ঘন সম্পাদনা কৰক

এজনৰ পৰা গম পালোঁ লেখাটো 'শৰাইঘাট' আলোচনীত প্ৰকাশিত, আচল লেখক গুণ বৰুৱা। গতিকে প্ৰবন্ধটো ইয়াতে থৈ দিলোঁ। পিছত কোনোবাই যোগ-বিয়োগ কৰি ভালকৈ লিখিব পাৰিব।



পঞ্চাননপ্ৰিয়মে লেখাটি চানা-বান্ধি অনা কাগজৰ লগত অহা বুলি উল্লেখ কৰিছে অ.ক.ব.ৰ লেখাত। তাতে লেখৰ নাম, আলোচনীৰ নামো আছে। সেয়ে এই সমলৰপৰা যোগাৰ কৰি কিবে এটা লিখিলে সেইটোৰ তথ্য তৎস দি লিখিব পাৰি। তাকে কৰাৰ আগতে প্ৰবনন্ধটিৰ কথাখিনিক কোনোবাই নতুনকৈ লিখিব লাগিব। প্ৰবন্ধটো ভাল হৈছিল। মূল সমলৰখবৰ দি পৃষঠাটি ৰাখিব পাৰি।


"কনচেং বৰপাত্ৰ গোহাঁই" পৃষ্ঠালৈ উভতি যাওক।