বাৰ্তা:গিলবাৰ্টছন চাংমা

ৰেফাৰেঞ্চ সম্পাদনা কৰক

অহা দেওবাৰে এই লিংকটোত ১২ জানুৱাৰীৰ আলোচনীখন যোগ দিব। সেয়ে ৫ জানুৱাৰীৰ দিনাৰ আলোচনীখনৰ আৰ্কাইভৰ লিংকটো দিলে ভাল হ'ব। নতুবা আলোচনীখনৰ পৃষ্ঠাটো দিব লাগিব। কিন্তু ইয়াৰ আৰ্কাইভৰ লিংকটো কাম নাই কৰা। Ani ttbr (talk) 14:32, 11 জানুৱাৰী 2014 (UTC)

ময়ো চেষ্টা কৰি চাইছিলো৷ আৰ্কাইভৰ লিংকটোৱে কাম কৰা নাই বাবে সদ্যহতে কাম চলাকৈ তথ্যসুত্ৰত '৫ জানুৱাৰী তাৰিখৰ দেওবৰীয়া পৰিপুৰিকা' বুলি লিখি থৈছোঁ -জলি বৰা (talk) 12:26, 12 জানুৱাৰী 2014 (UTC)

"গিলবাৰ্টছন চাংমা" পৃষ্ঠালৈ উভতি যাওক।