বাৰ্তা:চ্যু-পং-মু'ঙ

(বাৰ্তা:চ্যু-পুং-মু'ঙৰ পৰা পুনঃনিৰ্দেশিত)

চুপুংমুংৰ শাসনকাল ১৬৬৩-১৬৭০ নে ১৬৬৩-১৬৬৯ ? অনলাইন উদ্ধৃতিসমূহ চাবাচোন| নিশ্চিত কৰিবলৈ অনুৰোধ জনালো| বিষ্ণু শইকীয়া 13:48, 25 মাৰ্চ 2013 (UTC)

প্ৰৱন্ধটোত উদ্ধৃতি দিয়া 'অসম দেশৰ বুৰঞ্জী' আৰু 'লাচিত বৰফুকন'ত চক্ৰধ্বজ সিংহৰ ৰাজত্বকাল ১৬৬৩-১৬৭০ চন বুলি আছে। দুয়োখন কিতাপৰ মতে তেওঁৰ মৃত্যু ১৬৭০ খৃঃৰ এপ্ৰিলত। 'টাই সংস্কৃতিৰ ৰূপৰেখা'ৰ মতে পৰৱৰ্তী ৰজা চুন্যতফাৰ ৰাজত্বকাল ১৬৭০ খৃঃৰপৰা আৰম্ভ হৈছে। অনলাইন সংযোগবোৰ এতিয়াহে চালো। কি কৰোঁ বাৰু?নিয়ৰপৰশ (talk) 14:23, 25 মাৰ্চ 2013 (UTC)
এনেক্ষেত্ৰত ৰাজত্বকালৰ কাষত সৰুকৈ "আলোচনা পৃষ্ঠা চাওক" বুলি প্ৰবন্ধত লিখি থলেই ভাল হ’ব| বিষ্ণু শইকীয়া 15:07, 25 মাৰ্চ 2013 (UTC)

চ্যু-পং-মু'ঙ সম্পাদনা কৰক

ইংৰাজী (Pang) আৰু টাই-আহোম ভাষাত পং (𑜆𑜨𑜂𑜫) আছে। অসম বুৰঞ্জীৰ অসমীয়া সংস্কৰণটো (ইয়াত পাব) পং আছে কিন্তু উৎসৰ অভাৱ। সকলোৰে মতামত বিছাৰিলো। অবশ্যে WP:ON আৰু WP:UCRN মতেও পঙে হব লাগে। KHI-LAN-TZI 14:37, 17 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

"চ্যু-পং-মু'ঙ" পৃষ্ঠালৈ উভতি যাওক।