বাৰ্তা:দ্যা আছাম ট্ৰিবিউন

Latest comment: 3 বছৰৰ পূৰ্বে by Anshuman.jrt in topic দ্য/দ্যা

অসমীয়াত the-শব্দটো 'দা' এনেকৈ লিখিব লাগে বুলি ভাৱো৷ 'দ্য' - এইটো বাংলা শৈলী৷ তদোপৰি অসমীয়াত 'চ' আৰু 'ছ'-ৰ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ গতিকে এই প্ৰবন্ধৰ শিৰুনামা এনে হোৱা উচিত - দা আচাম ট্ৰিবিউন ৷ বিক্ৰম৯৮ 02:47, 11 ডিচেম্বৰ 2013 (UTC)

দ্য/দ্যা সম্পাদনা কৰক

@Anshuman.jrt: এই আলোচনাটো চাবচোন। --ন্দন চিৰিং ফুকন 18:15, 29 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"দ্যা আছাম ট্ৰিবিউন" পৃষ্ঠালৈ উভতি যাওক।