বাৰ্তা:পঞ্জাবী ভাষা
Latest comment: 7 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic পাঞ্জাৱ নে পঞ্জাব
পাঞ্জাৱ নে পঞ্জাব
সম্পাদনা কৰকৱিকিপিডিয়াত বহু দিনৰ আগতেই 'পাঞ্জাৱ'ৰ সলনি 'পঞ্জাব' ব্যৱহাৰ কৰাৰ সম্পৰ্কে আলোচনা হৈছিল আৰু সৰহ সংখ্যকেই 'পঞ্জাব' ব্যৱহাৰৰ সপক্ষে মত দিছিল, সেয়ে 'পাঞ্জাৱী ভাষা'ৰ পৰা 'পঞ্জাবী ভাষা' কৰা হ'ল। অধিক তথ্যৰ বাবে এই আলোচনা পৃষ্ঠা চাওক। দিব্য দত্ত (বাৰ্তা) 12:41, 13 March 2017 (ইউ.টি.চি.)