গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিয়ে দিয়া নিৰ্দেশনা মতে, ৰেফ্-সংযুক্ত সকলোবোৰ বৰ্ণ একাকী হ'ব, অৰ্থাত্‍ এইবোৰ দ্বিত্ব নহয়। যেনে - কৰ্তা, কৰ্ম, পৰ্বত, বৰ্তমান ইত্যাদি। একেধৰণে পৰ্য্যটন, আৰ্য্য, সূৰ্য্য আদি শব্দ বিকল্পে যথাক্ৰমে আৰ্য, সূৰ্য আদি হ'ব।

গ্ৰন্থ: ভুল নে ভূল সম্পাদনা - অনিল বৰুৱা, দুৰ্লভ গগৈ । সম্পাদনা সহযোগী - চন্দন ভাগৱতী, লিপিকা গগৈ, পাপৰি চাংমাই, পংকজ শইকীয়া আৰু মনোজ এম নেওগ.... বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:50, 10 ফেব্ৰুৱাৰী 2012 (UTC)

"পৰ্য্যটন" পৃষ্ঠালৈ উভতি যাওক।