তেজপুৰ বুলি প্রবন্ধ এটা আছে কিন্তু


প্রভাকৰ শৰ্মা নেওগ 13:22, 13 অক্টোবৰ 2011 (UTC)

"তেজপুৰ" প্ৰবন্ধটো তেজপুৰ মহকুমা বা নগৰখনৰ বিষয়েহে। আনহাতে "শোণিতপুৰ" জিলাত তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ তথ্য একেলগে থাকিব। বেলেগ বেলেগ হোৱাই উচিত। Gitartha.bordoloi 13:49, 13 অক্টোবৰ 2011 (UTC)

তেন্তে disambiguation page এটা দিলে ভাল নেকি? প্রভাকৰ শৰ্মা নেওগ 17:15, 13 অক্টোবৰ 2011 (UTC)

শিৰোনামা দুটাই বেলেগ দেখোন। disambiguation page কিয় লাগেনো। Gitartha.bordoloi 17:25, 13 অক্টোবৰ 2011 (UTC)
যি ভাল দেখাঁ প্রভাকৰ শৰ্মা নেওগ 19:41, 13 অক্টোবৰ 2011 (UTC)

.................................

তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ বিষয়ে বিস্তৃত ৰূপত তিনিটা বেলেগ প্ৰবন্ধ কৰিম বুলি ভাবিছোঁ৷ তাত অকল নিৰ্দিষ্ট এলেকাটোৰ ভিতৰৰ কথাহে থাকিব৷ শোণিতপুৰ প্ৰবন্ধৰ ভিতৰত তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ বিষয়ে সদৰ ঠাই, মহকুমা হিচাপে এটা আভাস দিম৷ লগতে বিস্তৃত বৰ্ণনা থাকিব৷ এনেদৰে হ'বনে?

Anjal Borah 05:29, 14 অক্টোবৰ 2011 (UTC)

স্থানান্তৰ সম্পাদনা কৰক

প্ৰবন্ধটোৰ শিৰোনামা "শোণিতপুৰ (জিলা)"ৰ ঠাইত "শোণিতপুৰ জিলা" কৰি দিওঁ। Gitartha.bordoloi 19:37, 26 নভেম্বৰ 2011 (UTC)

ফটো আৰু মেপ সম্পাদনা কৰক

শোণিতপুৰ জিলাৰ লেখাটোত মেপখনত তেজপুৰকহে দেখুওৱা হৈছে৷ তেজপুৰ বুলি এটা অন্য লেখা আছে৷ তাত তেজপুৰক দেখুওৱাহে ভাল হ'ব৷ ইয়াত তলত থকা শোণিতপুৰৰ মেপখন দিব পাৰি৷ অন্য হাতে আৰম্ভণিতে অগ্নিগড়ৰ ফটোখন আঁতৰাই দিয়া ভাল হ'ব৷ (1) ই লেখাটোৰ কথাখিনি তললৈ লৈ গৈছে আৰু (2) ইয়াত সেই ফটোখন আৰম্ভণিতে প্ৰয়োজন নাই৷ গতিকে আপোনালোকে এবাৰ চাব৷

Anjal Borah 09:47, 23 জানুৱাৰী 2012 (UTC)

  হ'লনে এতিয়া? Gitartha.bordoloi 10:18, 23 জানুৱাৰী 2012 (UTC)
মেপখনত শোণিতপুৰৰ অৱস্থানটো ভুলকৈ আছে৷ মানে অসমৰ তলৰ ফালে বৰাক উপত্যাকাৰ ফালেহে আছে৷ ইয়াত চোৱা http://www.thp.org/files/images/assam_map.gif ইয়াত থকাৰ দৰে ওপৰতহে থাকিব লাগিব৷ মানে ব্ৰহ্মপুত্ৰ উপত্যাকাত৷

Anjal Borah 10:26, 23 জানুৱাৰী 2012 (UTC)

"শোণিতপুৰ জিলা" পৃষ্ঠালৈ উভতি যাওক।