উল্লেখযোগ্যতা সম্পাদনা কৰক

জীৱনীমূলক প্ৰবন্ধৰ ক্ষেত্ৰত ৱিকিপিডিয়াই কিছুমান মানদণ্ড ধৰি দিছে। মোৰ দৃষ্টিত সত্যৰঞ্জন বৰাৰ বিষয়ে ৱিকিত প্ৰবন্ধ থাকিব নালাগে। কাৰণ কেনেকুৱা ব্যক্তিৰ বিষয়ে ৱিকিত প্ৰবন্ধ থাকিব, সেই বিষয়ে ৱিকিৰ কিছুমান স্পষ্ট নীতি-নিয়ম আছে, যিবোৰ এই প্ৰবন্ধটোৰ ক্ষেত্ৰত মুঠেই প্ৰযোজ্য নহয়। সেই বিষয়ে বিশদভাবে জানিবলৈ তলত লিংকটো চাব পাৰে।@Amrit barman:
Wikipedia:Notability (people)
বাবুল বৈশ্য (talk) 15:17, 2 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"সত্যৰঞ্জন বৰা" পৃষ্ঠালৈ উভতি যাওক।