বিগ্ৰহ স্তম্ভ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ দ্বিতীয় জন ৰজা৷ [1] পিতৃ শালস্তম্ভ ৰজাৰ মৃত্যুৰ পিছত তেওঁ আৰু উত্তৰাধিকাৰী কুমাৰসকলে ৬৭৫ খ্ৰীষ্টাব্দৰ পৰা ৭২৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷

উল্লেখযোগ্য কাম সম্পাদনা কৰক

ইতিহাসত বিগ্ৰহ স্তম্ভৰ ৰাজত্বকালত ঘটা কোনো গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ পোৱা নাযায়৷[1]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৫৭-৫৮