মেহাৰী ইউনিয়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

MS Sakib (কথা-বতৰা)ৰ সম্পাদনাসমূহ Chiring chandanয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
টেগ্‌: Rollback উলটিওৱা হৈছে
দিব্য দত্ত (কথা-বতৰা)ৰ সম্পাদনাসমূহ MS Sakibয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
টেগ্‌: Rollback
1 নং শাৰী:
{{কাম চলি আছে}}
{{কাজ চলছে}}
 
'''মেহাৰী''' বাংলাদেশৰ [[ব্ৰাহ্মণবাড়ীয়া জিলা|ব্ৰাহ্মণবাড়ীয়া জিলাৰ]] অন্তৰ্গত [[কচবা উপজিলা|কচবা উপজিলাৰ]] এখন ইউনিয়ন। ২০১৭ চনত [[বাংলাদেশ চৰকাৰ|বাংলাদেশ চৰকাৰে]] মেহৰীমেহাৰী ইউনিয়নক ভিক্ষাৰী-মুক্ত ঘোষণা কৰা হৈছিল।<ref>{{cite web |title=বিশেষ অর্জন - কসবা উপজেলা |url=http://kasba.brahmanbaria.gov.bd/site/page/750d4caa-2144-11e7-8f57-286ed488c766?fbclid=IwAR3MQNhM0o4jC6Jx6Hy9WAViUURqdrwONfzBl-NW-h3tj9Nn5uJzCY0zfg8 |website=জাতীয় তথ্য বাতায়ন (kasba.brahmanbaria.gov.bd) |publisher=[[বাংলাদেশ চরকার]] |accessdate=2020-12-04 |language=bn}}</ref>
 
== আয়তন ==
মেহাৰী ইউনিয়নৰ আয়তন হৈছে ৫,৪৫০ একৰ<ref name=bpedia>{{cite Banglapedia|author=Md Abu Russel Chowdhury|article=Kasba Upazila}}</ref> (২২.০৬ বৰ্গ কিমি)।<ref name="Union statistics">{{Cite web|last=|first=|date=|title=ইউনিয়ন পরিসংখ্যান সংক্রান্ত জাতীয় তথ্য (National data on union statistics) |url=https://web.archive.org/web/20151208044832/http://www.bbs.gov.bd/WebTestApplication/userfiles/Image/National%20Reports/Union%20Statistics.pdf|url-status=live|archive-url=|archive-date=|access-date=2020-07-31|website=web.archive.org}}</ref>
 
== ৰাজহুৱা তথ্য ==
২০১১ চনৰ লোকপিয়ল অনুসৰি, মেহৰী ইউনিয়নৰ মুঠ জনসংখ্যা হৈছে ২৬,৩৩৫। ইয়াৰ ভিতৰত, ১২,১৭৯জন পুৰুষ আৰু ১৪,১৫৬জন মহিলা। মুঠ পৰিয়ালৰ সংখ্যা হৈছে ৫,০১৮।<ref name="Union statistics"/> জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১,১৯৪ জন।<ref>{{Cite web|last=|first=|date=|title=ব্রাহ্মণবাড়িয়া জেলার তথ্য উপাত্ত (Data of Brahmanbaria district) |url=https://web.archive.org/web/20150923182905/http://www.bbs.gov.bd/Census2011/Chittagong/Brahmanbaria/Brahmanbaria_C01.pdf|url-status=live|archive-url=|archive-date=|access-date=2020-07-31|website=web.archive.org}}</ref> এই ইউনিয়নৰ গাওঁ-আধাৰিত জনসংখ্যা উল্লেখ কৰা হৈছে:
 
{| class="wikitable sortable"
! ৱাৰ্ড নং
! গাঁৱৰ নাম
! জনসংখ্যা (২০১১)<ref>{{Cite web|title=মেহারী ইউনিয়ন:গ্রামভিত্তিক লোকসংখ্যা (মেহাৰী ইউনিয়ন: গাওঁ-আধাৰিত জনসংখ্যা)|url= http://mehariup.brahmanbaria.gov.bd/site/page/7fd499e0-2144-11e7-8f57-286ed488c766/%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE|url-status=live|access-date=2021-05-12|website= mehariup.brahmanbaria.gov.bd|publisher=[[বাংলাদেশ চৰকাৰ]]|language=bn}}</ref>
! জনসংখ্যা (২০১১)
|-
| rowspan="2" |১নং ৱাৰ্ড
77 নং শাৰী:
* '''উত্তৰত''': মুলগ্ৰাম ইউনিয়ন আৰু [[নবীনগৰ উপজিলা|নবীনগৰ উপজিলাৰ]] কাইতলা দক্ষিণ ইউনিয়ন।
** '''উত্তৰ-পূবত''': বাদৈৰ ইউনিয়ন।
* '''দক্ষিণত''': কুটি ইউনিয়ন।
 
== প্ৰশাসনিক গাঁথনি ==
মেহাৰী ইউনিয়ন হৈছে কচবা উপজিলাৰ অধীনত ২নং ইউনিয়ন পৰিষদ। এই  ইউনিয়নৰ প্ৰশাসনিক কাৰ্যসমূহ কচবা থানাৰ অধীনত আছে। ই বাংলাদেশৰ নেচনেল এচেম্বলীৰ ২৪৬তম আসনৰ (ব্ৰাহ্মণবাড়িয়া-৪) অংশ।
 
এই ইউনিয়নৰ গাওঁবোৰ হৈছে:
 
* পুৰকুইল
* মেহাৰী
* খেওড়া
* যমুনা
* বাহাৰ আটা
* ঈশান নগৰ
* চৌবেপুৰ
* বামুটিয়া
* শিমৰাইল
* বল্লভপুৰ
 
=== কাৰ্যালয় ===
সংঘৰ কাৰ্যালয়টো ১ নং ৱাৰ্ডৰ 'ঈশান নগৰ' গাঁৱত অৱস্থিত।<ref>{{Cite web|title=মেহারী ইউনিয়ন: এক নজরে মেহারী ইউপি (মেহৰি ইউনিয়ন: মেহাৰী ইউপি এট এ গ্লান্স )|url= http://mehariup.brahmanbaria.gov.bd/site/page/7fd48d7d-2144-11e7-8f57-286ed488c766/%E0%A6%8F%E0%A6%95%20%E0%A6%A8%E0%A6%9C%E0%A6%B0%E0%A7%87%20%E0%A6%AE%E0%A7%87%E0%A6%B9%E0%A6%BE%E0%A6%B0%E0%A7%80%20%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%A8|url-status=live|access-date=2021-05-12|website= mehariup.brahmanbaria.gov.bd|publisher=[[বাংলাদেশ চৰকাৰ]]|language=bn}}</ref> ইউনিয়ন পৰিষদৰ কাৰ্যালয়টো '''L'''-ৰ আকৃতিৰ এটা দুমহলীয়া অট্টালিকা।
 
== শিক্ষা ব্যৱস্থা ==
২০১১ চনৰ লোকপিয়ল অনুসৰি, মেহৰী ইউনিয়নৰ সাক্ষৰতাৰ হাৰ হৈছে ৪৭.৪%।<ref name="Union statistics"/>
 
=== শিক্ষানুষ্ঠানসমূহ ===
 
==== মাদ্ৰাছা ====
 
* পুৰকুইল গাউছিয়া হাবিবিয়া ফাযিল মাদ্ৰাছা
* মেহাৰী ওবাদিয়া ফাযিল মাদ্ৰাছা
* চৌবেপুৰ আলহাজ্ব শাহ আলম দাখিল মাদ্ৰাছা
* শিমৰাইল সাতপাড়া দাখিল মাদ্ৰাছা
 
*
 
==== হাই স্কুল ====
 
* খেওড়া মা আনন্দময়ী উচ্চ বিদ্যালয়
* শিমৰাইল উচ্চ বিদ্যালয়
 
==== চৰকাৰী প্ৰাথমিক বিদ্যালয় ====
 
* মেহাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়
* খেওড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়
* খেওড়া পূৰ্ব চৰকাৰী প্ৰাথমিক বিদ্যালয়
* যমুনা চৰকাৰী প্ৰাথমিক বিদ্যালয়
* ঈশান নগৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
* চৌবেপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
* শিমৰাইল সাতপাড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়
* শিমৰাইল চৰকাৰী প্ৰাথমিক বিদ্যালয়
* শিমৰাইল আলী আফসাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
* মেহাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়
* খেওড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়
* খেওড়া পূৰ্ব চৰকাৰী প্ৰাথমিক বিদ্যালয়
* যমুনা চৰকাৰী প্ৰাথমিক বিদ্যালয়
* ঈশান নগৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
* চৌবেপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
* শিমৰাইল সাতপাড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়
* শিমৰাইল চৰকাৰী প্ৰাথমিক বিদ্যালয়
* শিমৰাইল আলী আফসাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
* শান্তিনগৰ উত্তৰ শিমৰাইল চৰকাৰী প্ৰাথমিক
* বল্লভপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
* বি.এম.ডাঃ এলাহি বক্স চৰকাৰী প্ৰাথমিক বিদ্যালয়
 
== বজাৰ ==
 
* খেওড়া বজাৰ
* যমুনা বজাৰ
* পুৰকুইল মোড়
* মেহাৰী বজাৰ
* শিমৰাইল বজাৰ
 
== উল্লেখযোগ্য ব্যক্তিত্ব ==
 
* [[মা আনন্দময়ী]] (১৮৯৬-১৯৮২) – হিন্দু আধ্যাত্মিক সন্ধানী। তেওঁৰ জন্ম খেওৰা গাঁৱত হৈছিল।
 
== ৰাজহুৱা প্ৰতিনিধি ==
 
* বৰ্তমানৰ অধ্যক্ষ: '''মোঃ আলম মিয়া'''।
 
পূৰ্বৱৰ্তী অধ্যক্ষগণ:
 
{| class="wikitable sortable"
! নং
! নাম
! গ্ৰাম
! কাৰ্যকাল
|-
| ১
| বাবু লালু গোসাই
| মেহাৰী
| ১৯৬৬ – ১৯৭১
|-
| ২
| মোঃ খোৰশেদ আলম
| শিমৰাইল
| ১৯৭২ – ১৯৭৬
|-
| ৩
| মোঃ আজিজ ভূইয়া
| পুৰকুইল
| ১৯৭৭ – ১৯৮১
|-
| ৪
| মোঃ আবদুৰ ৰহিম
| যমুনা
| ১৯৮২ – ১৯৮৬
|-
| ৫
| মোঃ ছালাম প্ৰফেসৰ
| মেহাৰী
| ১৯৮৭ – ১৯৯১
|-
| ৬
| মোঃ মাহফুজুৰ ৰহমান
| শিমৰাইল
| ১৯৯২ – ১৯৯২
|-
| ৭
| মোঃ শৰীফ সামসুল হক
| খেওড়া
| ১৯৯৩ – ১৯৯৭
|-
| ৮
| মোঃ মোবাৰক হোসেন
| শিমৰাইল
| ১৯৯৮ – ২০০৩
|-
| ৯
| মোঃ আলম মিয়া (১ম)
| শিমৰাইল
| ২০০৩ – ২০১১
|-
| ১০
| মোঃ মোস্তফা কামাল
| শিমৰাইল
| ২০১১ – ২০১৬
|-
| ১১
| '''মোঃ আলম মিয়া''' (২য়)
| শিমৰাইল
| ২০১৬ – বৰ্তমান
|}
 
== তথ্য সংগ্ৰহ ==
<references/>