ডিব্ৰু-শদিয়া ৰেলৱে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
39 নং শাৰী:
ইফালে মাকুমৰ পৰা চৈখোৱাঘাটলৈও শাখাপথচোৱাৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি থাকে। একেটা বছৰৰে ২ মে'ৰ দিনা ডুমডুমালৈ ৰেলপথ মুকলি কৰা হয়। এই পথটো ১৮৮৫ চনত তালাপলৈ আৰু ১৯০৯ চনত অন্তিম ষ্টেচন চৈখোৱাঘাটলৈ সম্প্ৰসাৰণ কৰা হয়।
 
[[লামডিং|লামডিঙৰ]] দিশৰ পৰা নিৰ্মাণ কৰি অহা [[আসাম বেংগল ৰেলৱে]]ৰ লাইন ১৯০৩ চনত তিনিচুকীয়াত ডিব্ৰু-শদিয়া ৰেলৱেৰ সৈতে সংযোগ হয় আৰু তিনিচুকীয়া এটা জংচন ষ্টেচনলৈ ৰূপান্তৰ হয়। আমাৰ অসম
 
==উত্তৰসূৰী==