মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বানান শুদ্ধি (বাকী আছে আৰু অলপ)
5 নং শাৰী:
| caption = ১৯৪০ চনৰ মহাত্মা গান্ধী
| birth_date = ২ অক্টোবৰ, ১৮৬৯
| birth_place = পুৰবন্দৰপোৰবন্দৰ, [[গুজৰাট]]
| death_date = ৩০ জানুৱাৰী, ১৯৪৮ (৭৮ বছৰ)
| death_place = [[নতুন দিল্লী]], [[ভাৰত]]
| death_cause = হত্যা
| nationality = [[ভাৰত|ভাৰতীয়]]
| other_names = মোহনদাস কৰমচাদকৰমচান্দ গান্ধী
| known_for = [[ভাৰতীয় স্বাধীনতা আন্দোলন]]
| education = [[ইউনিভাচিটিইউনিভাৰ্চিটি কলেজ, লণ্ডন]]
| party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
| religion = [[হিন্দু ধৰ্ম]]
| spouse = [[কস্তুৰবা গান্ধী]]
| children = হৰিলাল<br />মনিলালমণিলাল<br />ৰামদাস<br />দেবদাস
| signature =Gandhi_signature.svg
}}
 
'''মোহনদাস কৰমচান্দ গান্ধী''' ({{lang-gu|મોહનદાસ કરમચંદ ગાંધી}}; {{lang-hi|मोहनदास करमचंद गांधी}}, {{lang-en|Mohandas Karamchand Gandhi}}), উচ্ছাৰনউচ্চাৰণ: {{IPA-hns|moːˈɦənd̪aːs kəˈrəmtʃənd̪ ˈɡaːnd̪ʱi||Hi-Gandhi pronunciation.ogg}}. ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) [[বৃটিচবৃটিছ ভাৰত]]ৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন প্ৰমূখমুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংসাঅহিংস নীতিৰে পৰিচালিত ''[[সত্যাগ্ৰহ]]ৰ'' পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰবৰ্তীকালতপৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়<ref>Gandhi, "The Momentous Issue", ''Young India'', 10 November 1921, in ''Collected Works of Mahatma Gandhi'', electronic edition,[http://www.gandhiserve.org/cwmg/VOL025.PDF vol. 25], pp. 76–8; and letter to P. Kodanda Rao, 10 September 1935, in ''Collected Works of Mahatma Gandhi'', electronic edition,[http://www.gandhiserve.org/cwmg/VOL067.PDF vol. 67], p. 400, where he stated: "... I found that even civil disobedience failed to convey the full meaning of the struggle. I therefore adopted the phrase civil resistance."</ref>। তেখেতক সাধাৰণতে '''মহাত্মা''' ([[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰে]] প্ৰদান কৰা সন্মানসূচক {{lang-sa|महात्मा}}, {{lang-en|mahātmā}}, ({{IPA-hns|məˈɦaːt̪maː|}} বা "মহান আত্মা"), <ref>an honorific first applied to him by[[Rabindranath Tagore]]). {{Cite document|title=The Mahatma and the Poet|last=Bhattacharya|first=Sabyasachi|publisher=National Book Trust, India|place=New Delhi|year=1997|page=1|ref=harv}}</ref> নামেৰেও জনা যায়। ভাৰতীয় সকলে তেখেতক ''জাতীৰজাতিৰ পিতা''ৰ মৰ্য্যদা দিয়ে আৰু সেয়ে ''বাপু'' বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত ''[[গান্ধী জয়ন্তী]]'' আৰু বিশ্বজুৰি ''[[আন্তৰ্জাতীকআন্তৰ্জাতিক অহিংসা দিবস]] হিচাবে পালন কৰে।কৰা হয়।
গান্ধীয়ে [[দক্ষিণ আফ্ৰিকা]]ত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয় সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। ১৯১৫ চনত ভাৰতলৈ ঘুৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে। ১৯২১ চনত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰননিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাবলম্বীতাস্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ ''[[স্বৰাজ]]'' অৰ্থাতঅৰ্থাৎ ভাৰতৰ বিদেশী শাসকনৰশাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। ১৯৩০ চনত বৃটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া ''নিমখ কৰ''ৰ প্ৰতিবাদত তেখেতৰতেখেতে ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি গৈ ডাণ্ডিদাণ্ডি নামে স্থানত [[নিমখ সত্যাগ্ৰহ|দাণ্ডিযাত্ৰা]] নিমখ তৈয়াৰ কৰি বৃটিছ আইন উলংঘা কৰা কাৰ্য্য বিশেষভাবে উল্লেখযোগ্য। ১৯৪২ চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে '''[[ভাৰত ত্যাগ আন্দোন]]''' আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু [[দক্ষিণ আফ্ৰিকা]]তো কেইবাবাৰো কাৰাবন্দী হ'ব লগা হৈছিল।
 
গান্ধীয়ে সকলো ক্ষেত্ৰতে সত্য আৰু অহিংসাৰ ব্যবহাৰতব্যৱহাৰত গুৰুত্ব দিছিল আৰু আনকো তেনে কৰিবলৈ উদগণিউদ্গণি দিছিল। [[সবৰমতী আশ্ৰম]]ত অত্যন্ত সাধাৰণ ভাবে থকা গান্ধীয়ে হাতেকটা সুতাৰেসূতাৰে তৈয়াৰী আঠুৰআঁঠুৰ ওপৰলৈকে পৰা এখন চুৰিয়া পিন্ধিছিল আৰু শৰীৰ থাকিবলৈঢাকিবলৈ এখন খদ্দৰৰ কাপোৰ ব্যবহাৰব্যৱহাৰ কৰিছিল। নিজেও তেখেতে প্ৰতিদিনেই যঁতৰত সূতা কাটিছিল। নিৰামীষাহাৰীনিৰামিষাহাৰী গান্ধীয়ে প্ৰয়েইপ্ৰায়েই শৰীৰ আৰু আত্মাৰ শুদ্ধিৰ বাবে আৰু কেতিয়াবা প্ৰতিবাদৰ বাবে শনশনঅনশন কৰিছিল।
 
== জীৱনৰ প্ৰথমচোৱা ==
[[File:Birth place of Mahatma Gandhi.jpg|thumb|right|180px|[[Kirti Mandir, Porbandar]], the birth place of Mahatma Gandhi.]]
মোহনদাস কৰমচান্দ গান্ধীৰ<ref>Gandhi means "grocer" in Gujarati (''L. R. Gala, Popular Combined Dictionary, English-English-Gujarati & Gujarati-Gujarati-English, Navneet''), or "perfumer" in Hindi (''Bhargava's Standard Illustrated Dictionary Hindi-English'').</ref> জন্ম হৈছিল জন্ম হৈছিল ১৮৬৯ চনৰ অক্টোবৰ মাহৰ ২ তাৰিখে, [[গুজৰাট]]ৰ [[পোৰবন্দৰ]] (বৰ্তমান [[কিৰ্তীকীৰ্তি মন্দিৰ]]) নামে স্থানত। [[হিন্দু]] ধৰ্মাবলম্বীধৰ্মাৱলম্বী [[মোধ]] সম্প্ৰদায়ৰ, পিতাক কৰমচান্দ গান্ধীয়ে (১৮২২ - ১৮৮৫) [[পোৰবন্দৰ]] ৰাজ্যৰ এজন [[দেৱান]] হিচাবে [[কাথিৱাৰ এজেন্সি]] নামে বৃটিছ প্ৰশাসনীয় বিভাগত কাম কৰিছিল<ref name=fischer1954>{{Cite document|title=Gandhi:His life and message for the world|last= Fischer|first= Louis|year= 1954|publisher=Mentor|ref= harv}}</ref>। বৈষ্ণব ধৰ্মাৱলম্বী মাতৃ পুতলীবাই আছিল কৰমচান্দ গান্ধীৰ চতুৰ্থা স্ত্ৰী, এখেতৰ আগৰ কেইগৰাকীৰ সন্তানজন্মৰসন্তান জন্মৰ সময়ত মৃত্যু ঘটিছিল। [[জৈন ধৰ্ম]]ৰ পৰিবেশত এগৰাকী ধাৰ্মিক মাতৃৰ সান্নিধ্যত ডাঙৰ -দীঘল হোৱা গান্ধীৰ জীৱনত ভবিষ্যতলৈ গভীৰ প্ৰভাব পেলাব।পেলায়। সহজ -সৰল জীৱন যাপন, নিৰামিষ আহাৰ, ব্ৰত আৰু অনশন, পাৰস্পৰিক সহনশীলতা আদি পাছলৈ তেখেতৰ জীৱনৰ অভিন্ন অংগ হৈ পৰিব।পৰে।<ref>{{cite web
|last = Sannuti
|first = Arun
34 নং শাৰী:
|url = http://www.ivu.org/history/gandhi/road.html}}</ref>
[[চিত্ৰ:Gandhi and Kasturbhai 1902.jpg|left|thumb|240px|গান্ধী আৰু তেওঁৰ স্ত্ৰী [[কস্তুৰবা গান্ধী|কস্তুৰবা]] (১৯০২)]]
[[১৮৮৩]] চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীগান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি [[কস্তুৰবা গান্ধী|কস্তুৰবা মাখাঞ্জীৰ]] (কাস্তুবাই নামেও পৰিচিত আছিল) লগত বিবাহ-পাশত আবদ্ধ হয়। তেওঁলোকৰ চাৰি গৰাকী পুত্ৰ সন্তান ক্ৰমে: [[হৰিলাল গান্ধী]] (জন্ম ১৮৮৮), [[মনিলালমণিলাল গান্ধী]] (জন্ম ১৮৯২), [[ৰামদাস গান্ধী]] (জন্ম ১৮৯৭) আৰু [[দেৱদাস গান্ধী]] (জন্ম ১৯০০)। মহাত্মা গান্ধীয়ে শৈশৱত পোৰবন্দৰ আৰু ৰাজকোটত পঢ়া-শুনা কৰিছিল। ছাত্ৰ হিচাপে তেখেততেওঁ মধ্যমীয়া আছিল। গুজৰাটৰ ভৱনগৰৰ ছামালদাস কলেজৰ পৰা মহাত্মা গান্ধীয়ে সাধাৰণভাৱে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কলেজত অধ্যয়ন কালত তেওঁৰ পৰিবাৰৰ ইচ্ছা আছিল তেখেতে বেৰিষ্টাৰীৰ বাবে পঢ়ক।
 
১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী ইউনিভাৰ্ছিটি[[লণ্ডন]]ৰ কলেজইউনিভাৰ্ছিটি লণ্ডনলৈকলেজলৈ যায়। লণ্ডনত পঢ়াৰ সময়চোৱাতসময়ছোৱাত গান্ধীৰ জীৱন যাপন আছিল ছাত্ৰকালতে মাকক দিয়া শপত বাক্যৰ দ্বাৰা প্ৰভাৱিত। এগৰাকী জৈন সন্ন্যাসী বেচাৰ্জীৰ সম্মুখত তেওঁ মাকৰ আগত শপত লৈছিল যে তেওঁ মাংস, মদ আৰু উচ্ছৃঙ্খলতা ত্যাগ কৰাৰ লগতে হিন্দু নৈতিক উপদেশ পালন কৰি জীৱন যাপন কৰিব। অৱশ্যে তেওঁ ইংৰাজৰ কিছুমান আদৱ-কায়দা পৰীক্ষামূলক ভাৱে গ্ৰহণ কৰিছিল, যেনে নাচৰ শিক্ষা। কিন্তু তেওঁৰ ভাৰাঘৰৰ মালিকনীয়ে দিয়া ভেড়াৰ মাংস আৰু বন্ধাকবি তেওঁ খোৱা নাছিল। লণ্ডনত অৱস্থিত অতি কম সংখ্যক নিৰামিষ ভোজনালয়তে তেওঁ দৈনিক আহাৰ গ্ৰহনগ্ৰহণ কৰিছিল। মাকক দিয়া শপত বাক্যৰ উপৰিও নিৰামিষ ভোজনৰ উপাকাৰিতাউপকাৰিতা সম্বন্ধে তেওঁ পঢ়াশুনাওপঢ়া-শুনাও কৰে আৰু একান্ত আগ্ৰহী হৈয়েই নিৰামিষাহাৰী হয়। তেখেতে ''নিৰামিষভোজী সংঘ''ত যোগ দিয়ে আৰু কাৰ্যকৰী কমিটিৰ সদস্যও নিৰ্বাচিত হয়, লগতে এই সংস্থাৰ এটা স্থানীয় শাখাও প্ৰচলন কৰে। তেখেতৰ এই অভিজ্ঞতাইঅভিজ্ঞতা পৰৱৰ্তী জীৱনৰ সাংগঠনিক কাম-কাজৰ সহায়ক হয়। নিৰামিষভোজী বহুতো সদস্যইসদস্য ''থিওছ'ফিকেল ছ'ছাইটি'' (Theosophical Society)-ৰো সদস্য আছিল। এই ছ'ছাইটি গঠিত হৈছিল ১৮৭৫ চনত; সাৰ্বজনীন ভাতৃত্বৰভ্ৰাতৃত্বৰ উদ্দেশ্যৰেউদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। ইয়াত ধৰ্ম শিক্ষাৰশিক্ষা ভিতৰতহিচাপে বৌদ্ধ আৰু হিন্দু ব্ৰাহ্মণ্য সাহিত্য পঢ়ুওৱা হৈছিল। ইয়াতেই গান্ধীয়ে [[ভাগৱত গীতা]] অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণা পাইছিল। ইয়াৰ আগলৈআগলৈকে ধৰ্মধৰ্মৰ বিষয়ককাৰণে গান্ধীয়ে বিশেষ উৎসাহ অনুভৱ কৰা নাছিল যদিও এই সময়তে তেওঁ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, ইছলামসহ অন্যান্য ধৰ্ম সম্পৰ্কে আৰু বিভিন্ন ৰীতি-নীতি সম্পৰ্কে অধ্যয়ন কৰে।
 
১৮৯১ চনৰ জুন মাহত গান্ধীয়ে ওকালতি কৰাৰ অনুমতি পায় আৰু ভাৰতলৈ উভতি আহে। স্বগৃহলৈ উভতি আহি তেখেতে জানিৰবজানিব পাৰে যে ইতিমধ্যে মাকৰ মৃত্যু হৈছে আৰু বিদেশত থকা কালত তেখেতক এই কথা জানিবলৈ দিয়া হোৱা নাছিল।<ref name="Brown1991">Brown, (1991).</ref> বোম্বাইত[[মুম্বাই|বোম্বাই]]ত তেখেতে ওকালতি আৰম্ভ কৰে। কিন্তু তেখেতৰ ওকালতি পেচাপেছা ভালকৈ আগবঢ়া নাছিল, কাৰণ আদালতত কথা ক'বলৈ তেখেতে অসুবিধা পাইছিল। সেয়ে তেওঁ ৰাজকোটলৈ উভতি আহে আৰু 'আৰ্জি লেখক' হিচাপে কাম কৰিবলৈ লয়। কিন্তু এক ইংৰাজ বিষয়াৰ লগত হোৱা মতানৈক্যৰ ফলস্বৰূপে এই কামো তেখেতে বন্ধ কৰিবলগীয়াত পৰে।<ref name="Tendulkar1951">Tendulkar (1951).</ref><ref name="Brown1991"/> ১৮৯৩ চনত তেখেতে 'দাদা আব্দুল্লা এণ্ড কো.' নামৰ ছাউথ আফ্ৰিকাৰ ব্ৰিটিছ উপনিবেশ নাটালত অৱস্থিত এক ভাৰতীয় কোম্পানীৰ লগত এবছৰীয়া চুক্তিত স্বাক্ষৰ কৰে আৰু আৰু ছাউথদক্ষিণ আফ্ৰিকালৈ যায়।<ref name="Tendulkar1951"/>
 
<!--
54 নং শাৰী:
== দক্ষিণ আফ্ৰিকাৰ গণঅধিকাৰ আন্দোলন (১৮৯৩-১৯১৪) ==
[[চিত্ৰ:Gandhi South-Africa.jpg|right|thumb|200px|১৮৯৫ চনত [[দক্ষিণ আফ্ৰিকা|দক্ষিণ আফ্ৰিকা]]ত গান্ধী]]
দক্ষিণ আফ্ৰিকাত গান্ধীৰ জীৱনৰ নাটকীয় পৰিৱৰ্তন হয়। ইয়াতেই তেওঁ ভাৰতীয় তথা কৃষ্ণাঙ্গসকলৰ প্ৰতি সাধাৰণভাবে প্ৰচলিত বৈষম্যৰ চিকাৰ হয়। এদিনাখন [[ডাৰবান]]ৰ আদালতৰ মেজিষ্ট্ৰেটে তেখেতক পাগুৰি খুলিবলৈ আদেশ দিয়ে। গান্ধীয়ে সেই আদেশ অমান্য কৰি আদালত কক্ষৰপৰা বাহিৰ হৈ আহে। পিটাৰ মেৰিজবাৰ্গ ভ্ৰমণ কালত প্ৰথম শ্ৰেণীৰ টিকট থকা স্বত্বেও তেখেতক ৰেলৰ প্ৰথম শ্ৰেণীৰ দবা এটাৰ পৰা তৃত্বীয়তৃতীয় শ্ৰেণীলৈ স্থানান্তৰ কৰা হয়। ষ্টেজকোচত ভ্ৰমণৰ সময়ত এগৰাকী পৰিচালকে গান্ধীক প্ৰহাৰ কৰে, কাৰণ তেখেতে এজন ইউৰোপীয় যাত্ৰীক সুবিধা কৰি দিবলৈ ফুটবোৰ্ডত থিয় হৈ যাবলৈ অমান্তি হৈছিল। যাত্ৰাপথত কেবাবাৰো এনে বৈষম্যৰ মুখামুখি হোৱাৰ লগতেউপৰিও কেবাখনোকেইবাখনো হোটেলতো গান্ধীক স্থানথাকিবলৈ দিয়া হোৱা নাছিল। এই ঘটনাৱলীয়ে গান্ধীৰ পাছতপাছৰ পৰ্যায়ৰ সামাজিক কাৰ্যকলাপৰ দিশ নিৰ্ণয় কৰে। ভাৰতীয়সকলে সততে সন্মুখীন হোৱা বৰ্ণভেদ, কুসংস্কাৰ আৰু অবিচাৰ দেখি গান্ধীয়ে জনগণৰ মৰ্য্যদা আৰু সামাজিক অৱস্থান সম্পৰ্কে সচেতন হয়।
 
দক্ষিণ আফ্ৰিকাযতআফ্ৰিকাত ভাৰতীয়সকলৰ ভোটাধিকাৰ নাছিল। এই অধিকাৰ আদায়ৰ বিল উত্থাপনৰ বাবে জনজাগৰণ সংগঠিত কৰি তেওঁ আৰু কিছুদিন ছাউথদক্ষিণ আফ্ৰিকাতে থাকে। বিলখনৰ উদ্দেশ্য সিদ্ধি নহ'লেও এই আন্দোলনে সেই দেশৰ ভাৰতিয়সকলকভাৰতীয়সকলক নিজৰ অধিকাৰ সম্বন্ধে সচেতন কতিকৰি তুলিছিল।। [[১৮৯৪]] চনত গান্ধীয়ে [[নাটাল ইণ্ডিয়ান কংগ্ৰেছ]] প্ৰতিষ্ঠা কৰে। এই সংগঠনে সেই স্থানৰ ভাৰতীয়সকলক ৰাজনৈতিকভাবে সংঘবদ্ধ কৰে। [[১৮৯৭]] চনতচনৰ জানুৱাৰী মাহত ভাৰতলৈ এক সংক্ষিপ্ত ভ্ৰমণ সম্পন্ন কৰি ভাৰতলৈ উভতি অহাৰ পথত শ্বেতাঙ্গসকলৰ এটা গোটে গান্ধীক প্ৰাণে মৰাৰ চেষ্টা কৰে। গান্ধীয়ে এই গোটৰ বিৰূদ্ধেবিৰুদ্ধে কোনো অভিযোগ দিয়া নাছিল। কাৰণ, এজনৰ ব্যক্তিগত ভুলৰ বাবে সমগ্ৰ দলৰ বিৰূদ্ধেবিৰুদ্ধে প্ৰতিশোধ লোৱাটোক তেওঁ সমৰ্থন নকৰিছিল।
 
[[১৯০৬]] চনত ট্ৰান্সভাল চৰকাৰে উপনিবেশখনৰ ভাৰতীয়সকলক প্ৰবন্ধনত বাধ্য কৰানোৰকৰাবৰ বাবে এখন আইন পাছ কৰে। [[১১ ছেপ্টেম্বৰ]] [[জোহান্সবাৰ্গ]]ত সংঘটিত এক গণ প্ৰতিৰোধত গান্ধীয়ে সকলোকে এই্এই আইন বৰ্জন কৰাৰ বাবে আহ্বান কৰে। তেওঁ কৈছিল, আইন নমনাৰ কাৰণে তেওঁলোকৰ ওপৰত যি অত্যাচাৰ হ'ব সেইখিনি সহ্য কৰা যাব, কিন্তু আইন মানি চলা নহ'ব। এই পৰিকল্পনাই সাফল্য লাভ কৰে আৰু ৭ বছৰ বিয়পা আন্দোলনৰ সূত্ৰপাত হয়। এই সময়ত আইন অম্যান্য কৰা, প্ৰবন্ধন কাৰ্ড পুৰি পেলোৱা আদি বিভিন্ন 'দোষ'ত বহুতো ভাৰতীয়ক বন্দী কৰা হয়। কেবাসংখ্যক লোক আহত বা নিহত হয়। চৰকাৰ সফলতাৰ দিশত আগুৱাই যাবলৈ আৰম্ভ কৰে। কিন্তু শান্তিকামী এই প্ৰতিবাদৰ প্ৰতি গ্ৰহন কৰা দমনমূলক নীতিৰ বিৰোধিতা কৰি দক্ষিণ আফ্ৰিকাৰ সাধাৰণ মানুহৰ মাজৰপৰাই প্ৰতিবাদ আৰম্ভ হয়। অগত্যা, দক্ষিণ আফ্ৰিকাৰ জেনেৰেল ইয়ান ক্ৰিশ্চিয়ান স্মুট-এ গান্ধীৰ সৈতে আপোচ কৰিবলৈ বাধ্য হয়। ইয়াৰ মাজেৰেই গান্ধীৰ আদৰ্শই প্ৰতিষ্ঠা পায়, সত্যাগ্ৰহ আন্দোলনে নিজৰ স্বৰূপ লাভ কৰিবলৈ আৰম্ভ কৰে।
 
===গান্ধী আৰু আফ্ৰিকাবাসী===
[[File:Gandhi Boer War 1899.jpg|upright|thumb|[[দ্বিতীয় বোয়েৰ যুদ্ধ]]-ত ([[:en:Second Boer War|Second Boer War]]) (১৮৯৯) এম্বুলেন্স সেৱা বিভাগত কৰ্মৰত গান্ধী]]
 
ছাউথদক্ষিণ আফ্ৰিকাত থকা সময়চোৱাতসময়ছোৱাত গান্ধীৰ কৰ্মক্ষেত্ৰ ঘাইকৈ ভাৰতীয়সকলৰ লগতে সীমাবদ্ধ আছিল, আৰু থলুৱা আফ্ৰিকানসকলৰ লগত একে শাৰীতে ভাৰতীয়কোভাৰতীয়সকলকো ৰখাৰ তেওঁ বিৰোধিতা কৰিছিল।<ref>The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, p. 150</ref><ref>The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, p. 74</ref><ref>The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, pp. 244–245</ref> শ্বেতাংগসকলৰ শাসনকালত বিভিন্ন জাতিৰ মাজত বৈষম্যমূলক নীতি আৰোপ কৰি তেওঁলোকৰ মাজত মতানৈক্য সৃষ্টি কৰি ৰখাকৰা হৈছিল। ইতিহাসবিদ ভানা (Bhana) আৰু ৱাহেদ (Vahed)-ৰ মতে প্ৰথমে গান্ধীয়েও এই বৈষম্য ৰখাটো সমৰ্থন কৰিছিল যদিও কাৰাবাসত থকা সময়চোৱাতসময়ছোৱাত তেখেত কৃষ্ণবৰ্ণৰ লোকসকলৰ প্ৰতি কৰা অবিচাৰৰ প্ৰতি সজাগ হয়।
 
১৯০৬ চনত ব্ৰিটিছ চৰকাৰে নাটালৰ [[জুলু]] সম্প্ৰদায়ৰ ৰাজ্যৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত গান্ধীয়ে ভাৰতীয়সকলক যোগদান দিয়াটৌ সমৰ্থন কৰিছিল।{{citation needed|date=August 2012}} তেখেতে বিচাৰিছিল এই যুদ্ধৰযুদ্ধত ভাৰতীয়সকলৰ যোগদানে তেওঁলোকৰ পূৰ্ণ নাগৰিত্বৰনাগৰিকত্বৰ দাবীৰ প্ৰতি আস্থা আনিব পাৰিব।{{citation needed|date=August 2012}} ইংৰাজ চৰকাৰে গান্ধীৰ মনোবাঞ্ছা মানি লৈ ২০ গৰাকী ভাৰতীয় স্বেচ্ছাসেৱকৰ দ্বাৰা গঠিত এম্বুলেন্স সেৱাৰ সহযোগী গোট গঠন কৰে। গান্ধীয়ে এই গোটৰ নেতৃত্ব দিছিল আৰু প্ৰায় দুমাহ এই গোটগোটত কৰ্মৰত আছিল।<ref name="Herman2010">Herman, (2010). p. 137.</ref> এই সময়ত লাভ কৰা অভিজ্ঞতাৰপৰা তেওঁ বুজিছিল যে সুগঠিত ইংৰাজ সেনাৰ লগত যুদ্ধত নিয়োজিত হৈ বিজয়লাভ অসম্ভৱ, ইংৰাজক সেও মনাবলৈ বিশুদ্ধ অন্ত:কৰণেৰে অহিংস আন্দোলন আকোৱালিআঁকোৱালি লোৱাৰ গত্যন্তৰ নাই।<ref name="Gandhi2006b">Gandhi, Rajmohan (2006), [http://books.google.co.in/books?id=FauJL7LKXmkC&pg=PA108&redir_esc=y#v=onepage&q&f=false pp. 108–109].</ref>
 
দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগ শাসন আৰম্ভ হোৱাৰ পাছত, মহাত্মা গান্ধীক জাতীয় বীৰ হিচাপে স্বীকৃতি দিয়া হয়।<ref name="Mbeki2006">Smith, (2006).</ref>