শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
13 নং শাৰী:
| locale =
| owner =
| maint = [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]<ref name="স্বৰ্ণ জয়ন্তী">{{cite journal | title=শৰাইঘাটৰ স্বৰ্ণ জয়ন্তী | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=৮}}</ref>
| maint = অসম চৰকাৰ
| id =
| architect =
58 নং শাৰী:
 
 
'''শৰাইঘাট দলং''' [[অসম]]ৰ [[গুৱাহাটী]]ত [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং৷দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৯ চনৰ জানুৱাৰী মাহত৷মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে৷কৰে।<ref name="dipak">{{cite newsgroup | title=পঞ্চাছ বছৰীয়া হ'ল শৰাইঘাট | date=৮ জুন, ২০১২ | author=দীপক কুমাৰ বৰ্মন | newsgroup=আমাৰ অসম}}</ref> এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]।<ref name="স্বৰ্ণ জয়ন্তী" />
 
প্ৰথমতে দলঙখনৰ নাম ''ব্ৰহ্মপুত্ৰ দলং'' আছিল। পাছত ইয়াক ''শৰাইঘাট দলং'' নামেৰে নামাকৰণ কৰা হয়।<ref name="কিছু কথা">{{cite news | url=http://ajirdainikbatori.com/magazine.htm | title=শৰাইঘাট দলঙৰ কিছু কথা | date=দেওবাৰ ২৯ জানুৱাৰী ২০১২ | agency=আজিৰ দৈনিক বাতৰি | accessdate=October 21, 2012 | author=কুমুদেশ্বৰ হাজৰিকা | location=অসম}}</ref>
 
 
[[Image:Saraighat_bridge1.jpg|thumb|left|200px|<center>পথৰ সৈতে শৰাইঘাট দলং<center>]]
''হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড'' নামৰ এটা প্ৰতিষ্ঠান শৰাইঘাট দলং নিৰ্মাণৰ দায়িত্বত আছিল৷ দলংখনৰ দৈৰ্ঘ্য ১৪৯২ মিটাৰ আৰু ইয়াৰ নিৰ্মাণৰ খৰচ আছিল ১০,৬৫,১৬,৮৯১ টকা৷ নিৰ্মাণকাৰ্যত ৪০ হাজাৰ টন চিমেণ্ট, ২০ হাজাৰ টন ৰড ব্যৱহাৰো হোৱাৰ লগতে প্ৰায় ৮ হাজাৰ বনুৱা নিয়োগ কৰা হৈছিল।<ref name="dipak"/> প্ৰথম অৱস্থাত দলংখনৰ নাম ''ব্ৰহ্মপুত্ৰ দলং'' বুলিয়েই কোৱা হৈছিল যদিও [[জৱাহৰলাল নেহৰু]]ৱে উদ্বোধন কৰি ইয়াক '''শৰাইঘাট দলং''' নাম দিয়ে৷ সম্প্ৰতি তিনিটা লেনযুক্ত আন এখন দলং শৰাইঘাট দলঙৰ সমান্তৰালভাৱে নিৰ্মান কৰি থকা হৈছে৷<ref>[http://ajirdainikbatori.com/magazine.htm] শৰাইঘাট দলঙৰ কিছু কথা, কুমুদেশ্বৰ হাজৰিকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>
 
 
 
 
 
==নিৰ্মাণ আৰু পৰীক্ষা==
১৯৫৯ চনৰ জানুৱাৰী মাহত শৰাইঘাট দলঙখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল। নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত আছিল ''হিন্দুস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড'' নামৰ এটা প্ৰতিষ্ঠান।<ref name="স্বৰ্ণ জয়ন্তী" /> প্ৰায় ৪০ হাজাৰ টন চিমেণ্ট আৰু ২০ হাজাৰ টন ষ্টীল ব্যৱহাৰ কৰি প্ৰায় ৮০০০ জন শ্ৰমিকৰ সহযোগত এই দলঙখন নিৰ্মাণ কৰি উলিওৱা হৈছিল।<ref name="dipak"/><ref name="স্বৰ্ণ জয়ন্তী" /> ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত দলঙখনৰ নিৰ্মাণ কাৰ্য্য সমাপ্ত হয়। সেই বছৰৰে ২৩ ছেপ্তেম্বৰত এটা ৰেল ইঞ্জিন ইয়াৰ ৰেল দলঙখনেৰে পাৰ কৰি পঠোৱা হয়। এই ৰেলপথেদি অক্টোবৰ মাহৰ পৰাই মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়<ref name="স্বৰ্ণ জয়ন্তী" />। এই দলঙখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছিল ১০,৬৫,১৬,৮৯১ টকা। দৈৰ্ঘ্য আছিল ১.৫ কিঃমিঃ (১৪৯২ মিটাৰ)।<ref name="স্বৰ্ণ জয়ন্তী" />
 
==উদ্বোধন==
প্ৰথম অৱস্থাত দলংখনৰ নাম ''ব্ৰহ্মপুত্ৰ দলং'' বুলিয়েই কোৱা হৈছিল যদিও [[জৱাহৰলাল নেহৰু]]ৱে উদ্বোধন কৰি ইয়াক '''শৰাইঘাট দলং''' নাম দিয়ে। সম্প্ৰতি তিনিটা লেনযুক্ত আন এখন দলং শৰাইঘাট দলঙৰ সমান্তৰালভাৱে নিৰ্মান কৰি থকা হৈছে।<ref name="কিছু কথা" />