শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

84 নং শাৰী:
 
==অসমৰ অৰ্থনৈতিক ব্যৱস্থাত শৰাইঘাটৰ ভূমিকা==
অসমৰ অৰ্থনীতিত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ [[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ|৩১]] আৰু [[৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ক সংযোগ কৰি আছে শৰাইঘাট দলঙে।<ref name="অৰ্থনীতি">{{cite journal | title=শৰাইঘাটৰ দলঙ আৰু অসমৰ অৰ্থনীতি | author=জয়দীপ বৰুৱা | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=পৃষ্ঠা: ২০}}</ref> ১৯৫৮ চনলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিকাশ হোৱা ৰেলপথ আৰু স্থলপথসমূহৰ সংযোগী একমাত্ৰ নদীখন আছিল ব্ৰহ্মপুত্ৰ নদ। এই নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহন ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনত শৰাইঘাট দলঙ হোৱাৰ পিছত পৰিবহন ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ আভ্যন্তৰীণ জল পৰিবহনৰ বাণিজ্যিক গুৰুত্ব ক্ৰমাৎ হ্ৰাস পাইছিল।<ref name="অৰ্থনীতি" /> লগতে পাণ্ডু আৰু আমিনগাঁৱৰ গুৰুত্বও বহু পৰিমাণে হ্ৰাস পাইছিল।<ref name="অৰ্থনীতি" /> এয়েই শৰাইঘাট দলঙৰ মৌলিক অৰ্থনৈতিক গুৰুত্ব আৰু তাৰ ঐতিহাসিক পটভূমি।
 
==দ্বিতীয়খন দলঙ নিৰ্মাণৰ প্ৰস্তুতি==