নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Tag
1 নং শাৰী:
{{BLP Sources}}
{{Bio-stub}}
{{তথ্যছক লেখক
| name = নিৰুপমা বৰগোহাঞি
Line 10 ⟶ 12:
| religion = [[হিন্দু ধৰ্ম]]
}}
'''নিৰুপমা বৰগোহাঞি''' ({{lang-en|Nirupama Borgohain}}) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিক ৰূপে সুপ্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লায় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। নাৰীৰ সামাজিক মৰ্যদাক সদা গুৰুত্ব দি অহা নিৰুপমা তামুলী [[হোমেন বৰগোহাঞি]]ৰ লগত ষাঠিৰ দশকত বিবাহ পাশত আৱদ্ধ হয়।
 
==জন্ম==
Line 16 ⟶ 18:
 
==কৰ্ম জীৱন==
প্ৰগতিশীল আদৰ্শৰ নিৰুপমা তামুলীয়ে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজীত এম.এ. আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত এম.এ. উপাধি লৈ কিছুকাল অধ্যাপনা কৰে । ১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে।কৰে<ref>নতুন জানানে, শান্তনু কৌশিক বৰুৱা, পৃ-৮১ </ref>।
 
==প্ৰকাশিত পুথি==
Line 34 ⟶ 36:
# [[হেম বৰুৱা বঁটা]] (১৯৯৪)
 
==তথ্য সংগ্ৰহ==
==তথ্যসূত্ৰ==
{{Reflist}}
* নতুন জানানে, শান্তনু কৌশিক বৰুৱা, পৃ-৮১
 
{{Navbox assam biography}}