ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
সজ্জা, লিংক আদি
1 নং শাৰী:
{{Infobox Officeholder
|name = ৰাজীৱ ৰত্ন গান্ধী
|image = Rajiv_Gandhi,_PM_of_India_official_portrait_from_the_PM_of_India_websiteRajiv-Sapta.jpg
|capation = ৰাজীৱ গান্ধীৰ এখন চিত্ৰ
|office = [[ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ তালিকা|ষষ্ঠ]] [[ভাৰতৰ প্ৰধানমন্ত্ৰী]]
|president = [[:en:Zail Singh|জৈলজাইল সিং]]<br>[[ৰামস্বামী ভেংকটৰমন]]
|term_start = ৩১ অক্টোবৰ ১৯৮৪
|term_end = ২ ডিচেম্বৰ ১৯৮৯
Line 14 ⟶ 15:
|successor2 = [[P. V. Narasimha Rao|পি. ভি. নৰসিংহ ৰাও]]
|term_start3 = ৩১ অক্টোবৰ ১৯৮৪
|term_end3 = ২৫ছেপ্তেম্বৰ২৫ ছেপ্তেম্বৰ ১৯৮৫
|predecessor3 = ইন্দিৰা গান্ধী
|successor3 = বালি ৰাম ভগত
|office4 = বিত্ত মন্ত্ৰী
|term_start4 = ২৪ জানুৱাৰিজানুৱাৰী, ১৯৮৭
|term_end4 = ২৫ জুলাই, ১৯৮৭
|predecessor4 = ভি পি সিং
|successor4 = নাৰায়ণ দত্ত তিৱাৰী
|office5 = প্ৰতিৰক্ষা মন্ত্ৰী
|term_start5 = ২৫ছেপ্তেম্বৰ২৫ ছেপ্তেম্বৰ ১৯৮৫
|term_end5 = ২৪ জানুৱাৰিজানুৱাৰী, ১৯৮৭
|predecessor5 = [[P. V. Narasimha Rao|পি. ভি. নৰসিংহ ৰাও]]
|successor5 = ভি পি সিং
Line 36 ⟶ 37:
|religion = [[হিন্দু]]
|alma_mater = [[ত্ৰিনিটি কলেজ]], [[কেমব্ৰিজ]]<br>ইম্পেৰিয়েল কলেজ, [[লণ্ডন]]
|signature = Rajiv Gandhi Signature.svg
}}
'''ৰাজীৱ ৰত্ন গান্ধী''' ({{lang-en|Rajiv Gandhi}} ({{audio|Hi-RajivGandhi.ogg|উচ্চাৰণ}}) [[ভাৰতবৰ্ষ]]ৰ [[ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ তালিকা|ষষ্ঠ]] [[ভাৰতৰ প্ৰধানমন্ত্ৰী|প্ৰধানমন্ত্ৰী]] আছিল (১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃৰমাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ ''কম বয়সীয়া প্ৰধানমন্ত্ৰী'' হিচাপে পৰিগণিত হয়। ১৯৯১ চনত [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] দেশৰ সৰ্ব্বোচ্চ সন্মন [[ভাৰত-ৰত্ন]] উপাধিৰে তেওঁক সন্মনিত কৰে।কৰে<ref>{{cite web|title=Padma Awards Directory (1954–2007)|url=http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf|publisher=Ministry of Home Affairs|accessdate=7 December 2010}}</ref>।
 
ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত[[ইটালী]]ত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।
'''ৰাজীৱ ৰত্ন গান্ধী''' ({{lang-en|Rajiv Gandhi}} ({{audio|Hi-RajivGandhi.ogg|উচ্চাৰণ}}) [[ভাৰতবৰ্ষ]]ৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল(১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ ''কম বয়সীয়া প্ৰধানমন্ত্ৰী'' হিচাপে পৰিগণিত হয়। ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মন [[ভাৰত-ৰত্ন]] উপাধিৰে তেওঁক সন্মনিত কৰে।
 
ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।
 
==জন্ম==
ৰাজীৱ গান্ধীৰ জন্ম হয় ১৯৪৪ চনৰ ২০ আগষ্টত [[মুম্বাই]]ত। তেওঁৰ মাতৃ হৈছে '''[[ইন্দিৰা গান্ধী]]''' আৰু পিতৃ হৈছে '''[[ফিৰোজ গান্ধী''']]। সৰু কাল তেওঁ লাহ-বিলাহৰ মাজেৰে কটায়। জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীৰ দৰেই তেওঁ শৈশৱতটোশৈশৱটো ৰাজকীয় পৰিবেশতে কটায়। শৈশৱত তেওঁ বিজ্ঞান আৰু কাৰিকৰী বিদ্যাত প্ৰবল অনুৰাগী দেখা গৈছিল।
 
 
==শিক্ষা==
দহ বছৰ বয়সত ৰাজীৱ গান্ধীক বৰ্ডিং স্কুলত ভৰ্তি কৰোৱা হয়। প্ৰথমতে [[উত্তৰাখণ্ড]]ৰ [[ডেৰাডুন]]ত অৱস্থিত ''ৱেলহাম বয়ছ স্কুল'' (Welham Boys' School) আৰু পাছলৈ ''ডুন স্কুল''ত। তেওঁক ১৯৬১ চনত লণ্ডনলৈ ''এ-লেভেল'' অধ্যয়নৰ বাবে যায়। ১৯৬২ চনত, ''ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ''ত তেওঁ [[অভিযান্ত্ৰিক বিদ্যা|অভিযান্ত্ৰিক বিভাগ]]ত পঢ়িবলৈ সুবিধা পায়। ৰাজীৱ গান্ধী ১৯৬৫ চনলৈকে ট্ৰিনিটি কলেজত আছিল। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতেই, তেওঁ বিশ্ববিদ্যালয় ত্যাগ কৰে। ১৯৬৬ চনত, তেওঁ পুনৰ লণ্ডনৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়নৰ সুবিধা পাই যদিও স্নাতক ডিগ্ৰী অবিহনেই অধ্যয়ন সমাপ্ত কৰে। ডুন স্কুলৰ পাৰ উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ইংলেণ্ডলৈ যায়।
 
 
==ৰাজনীতিত প্ৰৱেশ==
Line 53 ⟶ 55:
 
[[উত্তৰ প্ৰদেশ]]ৰ ''আমেথি''ৰ পৰা ১৯৮১ চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত, ৰাজীৱ গান্ধী তেওঁ মাতৃৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শক হৈ পৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ যাচিবলৈ তেওঁৰ মাতৃ [[ইন্দিৰা গান্ধী]] উঠি-পৰি লাগিছিল। ইয়াৰ পাছতেই তেওঁ [[জাতীয় যুৱ কংগ্ৰেছ]] দলৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।
[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|150px100px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]]
 
 
==হত্যা==
[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|150px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]]
ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মাৰ্চ তাৰিখে, [[চেন্নাই]]ৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ [[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ]] [[লোকসভা]] আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/11soni1.htm |title=Sonia checks her emotions, but her interpreter goes full throttle |author=N Sathiya Moorthy |work=Rediff On The NeT |publisher=Rediff.com |date = January 1998|accessdate=7 March 2010}}</ref> এই সভাতেই তেওঁক তামিল আত্মঘাতী উগ্ৰপন্থী [[:en:Liberation Tigers of Tamil Eelam|এল টি টি ই]]ৰ এগৰাকী সদস্যাই হত্যা কৰিছিল।
 
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
==বাহ্যিক সংযোগ==
* [http://pmindia.nic.in/pm_rajiv.htm A Profile]
* [http://www.pressbrief.in/ Press Brief in]
* [http://www.satp.org/satporgtp/countries/india/document/actandordinances/TADA.HTM TERRORIST AND DISRUPTIVE ACTIVITIES (PREVENTION) ACT, 1987]
*[http://www.qrz.com/database?callsign=VU2RG QRZ Ham Radio Callsign Database – VU2RG]
*[http://www.qsl.net/vu2kyp/ham12.html Rajiv Gandhi Memorial SEANET Convention]
 
{{s-start}}
{{s-off}}
{{s-bef|rows=3|before=[[ইন্দিৰা গান্ধী]]}}
{{s-ttl|title=[[ভাৰতৰ প্ৰধানমন্ত্ৰী]]|years=১৯৮৪–১৯৮৯}}
{{s-aft|rows=2|after=[[V. P. Singh|বিশ্বনাথ প্ৰতাপ সিং]]}}
|-
{{s-ttl|title=Chairperson of the [[Planning Commission (India)|Planning Commission]]|years=1984–1989}}
|-
{{s-ttl|title=[[Minister of External Affairs (India)|Minister of External Affairs]]|years=1984–1985}}
{{s-aft|after=[[Bali Ram Bhagat]]}}
|-
{{s-bef|before=[[P. V. Narasimha Rao|Narasimha Rao]]}}
{{s-ttl|title=[[Minister of Defence (India)|Minister of Defence]]|years=1985–1987}}
{{s-aft|after=[[V. P. Singh|Vishwanath Pratap Singh]]}}
|-
{{s-bef|before=[[V. P. Singh|Vishwanath Pratap Singh]]}}
{{s-ttl|title=[[Minister of Finance (India)|Minister of Finance]]|years=1987}}
{{s-aft|after=[[Narayan Dutt Tiwari]]}}
|-
{{s-bef|before=[[Narayan Dutt Tiwari]]}}
{{s-ttl|title=[[Minister of External Affairs (India)|Minister of External Affairs]]|years=1987–1988}}
{{s-aft|after=[[P. V. Narasimha Rao|Narasimha Rao]]}}
{{s-end}}
 
{{Prime Ministers of India}}
{{Bharat Ratna}}
 
{{Persondata
|name=Gandhi%2C Rajiv Ratna
|ALTERNATIVE NAMES=गान्धी, राजीव
|SHORT DESCRIPTION=Prime Minister of India
|DATE OF BIRTH=20 August 1944
|PLACE OF BIRTH=[[Mumbai]], Maharashtra, India
|DATE OF DEATH=21 May 1991
|PLACE OF DEATH=[[Sriperumbudur]], Tamil Nadu, India
| NAME=Gandhi, Rajiv
}}
{{DEFAULTSORT:Gandhi, Rajiv}}
 
[[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]]