অভিযন্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 নং শাৰী:
=== বিশেষীকৰণ আৰু পৰিচালন===
 
অধিক সংখ্যক অভিযন্তাই এটা বা একাধিক বিষয়ত[[অভিযান্ত্ৰিক_বিদ্যা|অভিযান্ত্ৰিক বিদ্যা]]ত ব্যুৎপত্তি আৰ্জন কৰে [[List of engineering branches|engineering disciplines]].<ref name="bls" />। এনে বহুসংখ্যক বিশেষত্বক বিভিন্ন পেশাধাৰী সন্থাই স্বীকৃতি দিয়ে। উদাহৰণ হিচাপে চিভিল ইঞ্জিনিয়াৰিংৰ ভিতৰত স্ত্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙ আৰু পৰিবহণ অভিযান্ত্ৰিকী বিদ্যাও(ট্ৰান্সপৰ্টেচণ ইঞ্জিনিয়াৰিং)অন্তৰ্ভুক্ত হয় বা বস্তুগত ইঞ্জিনিয়াৰিংগে (materials engineering) চেৰামিক, মেটেলাৰজী আৰু বহুযোগী (Polymer) ইঞ্জিনিয়াৰিংক সাঙুৰি লয়। অভিযন্তা এজনে এটা বিশেষ উদ্যোগৰো বিশেষজ্ঞ হ'ব পাৰে যেনে মটৰ গাড়ী বা পাট-চকৰি (টাৰ্বাইন) উদ্যোগ। <ref name="bls" />
 
অভিয্ন্তা সকলে নিজৰ সময় কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত শেহতীয়া বহুটো গৱেষণা হৈছে, যেনে বিভিন্ন ধৰনৰ কাম আৰু তাৰ ওপৰত কি ধৰনে সময় আবন্তন কৰা হয় <ref name="Robinson (2010) JASIST"> Robinson, M. A. (2010). An empirical analysis of engineers’ information behaviors. Journal of the American Society for Information Science and Technology, 61(4), 640–658. http://dx.doi.org/10.1002/asi.21290</ref><ref name="Robinson (2012) DS"> Robinson, M. A. (2012). । How design engineers spend their time: Job content and task satisfaction. Design Studies, 33(4), 391-425.http://dx.doi.org/10.1016/j.destud.2012.03.002</ref> মতে এজন অভিজন্তাৰ কাম কেইটামান মূল বিষয়ৰ মাজত আবদ্ধ : (১) কাৰিকৰী কাম (২)সামাজিক কাম (অৰ্থাৎ- মানুহৰ লগত যোগাযোগ) (৩)পৰিকলন য্ন্ত্ৰ (কম্পিউটাৰ) ভিত্তিক কাম (৪)তথ্য-ভিত্তিক কাম. বহুতো আৰু সন্ধানৰ মাজত, এটা শেহতীয়া গবেষণাৰ মতে [[work sampling]] study<ref name="Robinson (2012) DS"/>
"https://as.wikipedia.org/wiki/অভিযন্তা"ৰ পৰা অনা হৈছে