অভিযন্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
18 নং শাৰী:
 
==ভূমিকা আৰু দক্ষতা==
===ৰূপাঙ্কণ (Design)===
 
অভিযন্তাই প্ৰযুক্তিবিদ্যা-ভিত্তিক সমাধান বিকাশ কৰে। [[অভিযান্ত্ৰিক ৰূপাঙ্কণ প্ৰক্ৰিয়া]]ৰ সময়ত, সমস্যাৰ ব্যাখ্যা দিয়া, বিষয়টোৰ ওপৰত গৱেষণা, মাপকাঠীবোৰৰ বিশ্লেষণ, সমিধানবোৰৰ ওপৰত বিবেচনা আৰু সিদ্ধান্ত লোৱাৰ দায়িত্ব অভিযন্তা এজনৰ হয়।
অভিযন্তা এজনৰ বহুল সংখ্যক সময় কাৰিকৰী তথ্যৰ সন্ধান আৰু গৱেষণা, সম্ভাব্য প্ৰয়োগ আৰু জ্ঞান সঞ্চালনত বিয়োগ হয়। <ref>A.Eide, R.Jenison, L.Mashaw, L.Northup. Engineering: Fundamentals and Problem Solving. New York City: McGraw-Hill Companies Inc.,2002</ref> গৱেষণাৰ পৰা জানিব পৰা গৈছে যে গড় হিচাপে এজন অভিযন্তাই ৫৬% সময় জ্ঞান-সঞ্চালন সম্বন্ধিয় কামত খৰচ কৰে, যাৰ ১৪% সময় সক্রিয়ভাবে তথ্যৰ -সন্ধানজড়িত কামত ব্যয় হয়। <ref>Robinson, M. A. (2010). An empirical analysis of engineers’ information behaviors. Journal of the American Society for Information Science and Technology, 61(4), 640–658. http://dx.doi.org/10.1002/asi.21290</ref>
 
=== বিশ্লেষণ (Analysis)===
[[File:Bundesarchiv Bild 183-23805-1665, Ingenieure mit Konstruktionsplan.jpg|thumb|Engineers conferring on prototype design, 1954]]
 
30 নং শাৰী:
বহুতো অভিযন্তাই ৰূপাঙ্কণ তৈয়াৰ, যন্ত্ৰৰ পৰীক্ষা, অংশবোৰৰ জোখ বা মাপ নিৰ্নয় আৰু উৎপাদিত বস্তুৰ গুণমান ৰক্ষা কৰিবলৈ পৰিকলন যন্ত্ৰ (কম্পিউটাৰ)ৰ ব্যৱহাৰ কৰে।
 
=== বিশেষীকৰণ আৰু পৰিচালন (Specialization and management)===
 
অধিক সংখ্যক অভিযন্তাই এটা বা একাধিক [[অভিযান্ত্ৰিক_বিদ্যা|অভিযান্ত্ৰিক বিদ্যা]]ত ব্যুৎপত্তি আৰ্জন কৰে .<ref name="bls" />। এনে বহুসংখ্যক বিশেষত্বক বিভিন্ন পেশাধাৰী সন্থাই স্বীকৃতি দিয়ে। উদাহৰণ হিচাপে চিভিল ইঞ্জিনিয়াৰিংৰ ভিতৰত স্ত্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙ আৰু পৰিবহণ অভিযান্ত্ৰিকী বিদ্যাও(ট্ৰান্সপৰ্টেচণ ইঞ্জিনিয়াৰিং)অন্তৰ্ভুক্ত হয় বা বস্তুগত ইঞ্জিনিয়াৰিংগে (materials engineering) চেৰামিক, মেটেলাৰজী আৰু বহুযোগী (Polymer) ইঞ্জিনিয়াৰিংক সাঙুৰি লয়। অভিযন্তা এজনে এটা বিশেষ উদ্যোগৰো বিশেষজ্ঞ হ'ব পাৰে যেনে মটৰ গাড়ী বা পাট-চকৰি (টাৰ্বাইন) উদ্যোগ। <ref name="bls" />
"https://as.wikipedia.org/wiki/অভিযন্তা"ৰ পৰা অনা হৈছে