যশপাল ভাট্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
21 নং শাৰী:
নব্বৈ দশকৰ দূৰদৰ্শনৰ কম বাজেটৰ হাস্য বংগ্য ধাৰাবাহিক ‘ফ্লপ শ্ব’ৰ বাবে যশপাল ভাট্টি আজিও বিখ্যাত। তেওঁৰ পত্নী সবিতা ভাট্টিয়ে প্ৰযোজনা কৰা এই ধাৰাবাহিক খন আছিল মাথোঁ দহটা খণ্ডৰ। তথাপিও ধাৰাবাহিক খন আজিও দূৰদৰ্শনপ্ৰেমী দৰ্শকৰ বাবে চিৰসেউজ।
==ব্যক্তিগত জীৱন==
২৪ মাৰ্চ ১৯৮৫ চনত যশপাল ভাট্টি, সবিতা ভাট্টিৰ লগত বিবাহ পাশত আৱদ্ধ হয়। পৰিয়ালৰ অইন সদস্যসকলৰ ভিতৰত – পুত্ৰ যশৰাজ ভাট্টি আৰু জীয়ৰী ৰাবিয়া ভাট্টি।<ref name=jb>[http://articles.timesofindia.indiatimes.com/2011-11-02/news-interviews/30355538_1_animation-festival-jaspal-bhatti-cms-vatavaran (Times of India কাকতত ২-১১-২০১১ তাৰিখ প্ৰকাশিত)] আহৰণ কৰা তাৰিখ:২-১১-২০১১)</ref>
==কথাছবি সমূহ==
পাৱাৰ কাট (২০১২) "পৰিচালক আৰু অভিনেতা",