শৰীৰস্থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27.251.40.153 (আলোচনা) সম্পাদিত 85572 সংশোধনটি বাতিল কৰক vandalism
r2.7.3) (ৰবট যোগ দিছে :new:एनाटोमी; cosmetic changes
1 নং শাৰী:
[[Fileচিত্ৰ:COLLECTIE TROPENMUSEUM Anatomische les op de dokter Djawaschool in Weltevreden Batavia Java TMnr 10002345.jpg|thumb|[[জাভা]], [[ডাট্‌ছ ইষ্ট ইণ্ডিজ]]ত শৰীৰস্থানৰ পাঠদান, তাৰিখ অজ্ঞাত]]
শৰীৰস্থান (এনাটমী) হৈছে জীৱৰ শৰীৰৰ আভ্যন্তৰীণ গঠন, তন্ত্ৰসমূহৰ অৱস্থান আদিৰ বিষয়ে কৰা অধ্যয়ন। ই জীৱবিদ্যা আৰু ভেষজ বিদ্যাৰ এটা ভাগ। এনাটমী শব্দটো গ্ৰীক এনাটমীয়া শব্দৰ পৰা আহিছে যাৰ মূল অৰ্থ হ’ল ana: পৃথক কৰা আৰু temnein: কাটি চোৱা। মানৱ শৰীৰ বিদ্যা, প্ৰাণী শৰীৰ বিদ্যা আৰু উদ্ভিদ শৰীৰ বিদ্যা ইয়াৰ অন্তৰ্গত। ভ্ৰুণবিদ্যা, তুলনামুলক শৰীৰস্থান, তুলনামুলক ভ্ৰুণবিদ্যা আদিও ইয়াৰ লগত জড়িত বিভাগ <ref name="intro HGray">{{cite web | url=http://www.bartleby.com/107/1.html| title= Introduction page, "Anatomy of the Human Body". Henry Gray. 20th edition. 1918| accessdate = 19 March 2007}}</ref>।
 
শৰীৰস্থানক "সম্যক শৰীৰস্থান"( gross anatomy/macroscopic anatomy) আৰু "আণুবীক্ষণিক শৰীৰস্থান"(microscopic anatomy) এই দুটা ভাগত ভগাব পাৰি <ref name="intro HGray" />। সম্যক শৰীৰস্থান (ইয়াক স্থানীয় শৰীৰস্থান আৰু এনথ্ৰ’প’টমী বুলিও কোৱা হয়, topographical anatomy, regional anatomy, anthropotomy) হৈছে খালী চকুৰে দেখা পোৱা শৰীৰৰ অংগবোৰৰ অধ্যয়ন <ref name="intro HGray" />। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত শৰীৰৰ সূক্ষ্ম গঠনৰ অধ্যয়নকে আণুবীক্ষণিক শৰীৰস্থান বুলি ক’ব পাৰি। [[কলাবিদ্যা]] (histology, শৰীৰৰ কলাসমূহৰ বিন্যাস সম্পৰ্কে অধ্যয়ন) আৰু [[কোষ বিদ্যা]] (Cell biology/cytology, কোষসমূহৰ অধ্যয়ন) ইয়াৰ অন্তৰ্গত |
13 নং শাৰী:
== মানৱ শৰীৰস্থান ==
{{main|মানৱ শৰীৰস্থান}}
[[Fileচিত্ৰ:Structural.gif|thumb|150px|মূৰৰ পাৰা-ছেজাইটেল [[মেগনেটিক ৰিজ’নেন্স ইমেগিং|এম.আৰ.আই]] স্কেন]]
[[Fileচিত্ৰ:Chest.png|thumb|150px|মানুহৰ বুকুৰ এখন [[ৰঞ্জন ৰশ্মি|এক্স ৰে’]]]]
[[Fileচিত্ৰ:Heart-and-lungs.jpg|thumb|150px|মানুহৰ হৃদপিণ্ড আৰু হাওঁফাওঁ (“[[গ্ৰে’ইজ এনাটমী]]'' পুৰণি সংস্কৰণৰ পৰা)]]
 
সম্যক মানৱ শৰীৰস্থান আৰু কলাবিদ্যাকে ধৰি মানৱ শৰীৰস্থান হৈছে প্ৰাপ্তবয়স্ক মানৱ শৰীৰৰ গঠনৰ বৈজ্ঞানিক অধ্যয়ন।<ref name="intro HGray" />
27 নং শাৰী:
বিদ্যায়তনিক মানৱ শৰীৰস্থানবিদসকলক সাধাৰণতে বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আদিয়ে নিয়োগ কৰে। তেওঁলোকে শৰীৰস্থানৰ শিক্ষা প্ৰদান কৰাৰ লগতে বিভিন্ন প্ৰণালী, অঙ্গ, কলা বা কোষৰ গৱেষণাতো নিয়োজিত হয়।
 
== আন শাখা ==
* [[তুলনামূলক শৰীৰস্থান]] (Comparative anatomy): ইয়াত বেলেগ বেলেগ জন্তুৰ শৰীৰৰ গঠনৰ তুলনামূলক অধ্যয়ন কৰা হয়।<ref name="intro HGray" />
* নৃতাত্বিক শৰীৰস্থান: ইযাত মানুহৰ বিভিন্ন জাতিৰ শৰীৰস্থানৰ তুলনামূলক অধ্যযন কৰা হয়।
35 নং শাৰী:
{{reflist}}
 
== তথ্যসূত্ৰ ==
* [http://www.bartleby.com/107/ "Anatomy of the Human Body". 20th edition. 1918. Henry Gray]
 
== বহিঃ সংযোগ ==
{{WVD}}
* [http://www.lifehugger.com/anatomy Anatomy Mnemonics] Mnemonics in Anatomy.
52 নং শাৰী:
{{Biology-footer}}
 
[[Categoryশ্ৰেণী:শৰীৰস্থান| ]]
[[Categoryশ্ৰেণী: চিকিৎসা বিজ্ঞান]]
 
[[af:Anatomie]]
124 নং শাৰী:
[[my:ခန္ဓာဗေဒ]]
[[nds:Anatomie]]
[[new:एनाटोमी]]
[[nl:Anatomie]]
[[nn:Anatomi]]
"https://as.wikipedia.org/wiki/শৰীৰস্থান"ৰ পৰা অনা হৈছে