No edit summary
86 নং শাৰী:
"থুৰি" কোন অংশটোক কয়? সেইটোও "পেঁপাৰ অংশবোৰ" ভাগটোত লিখি দিয়াঁ। [[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 15:52, 9 অক্টোবৰ 2012 (UTC)
 
==পোখালি==
"[[ মাও জে দঙ]]"ৰ নিচিনা প্ৰবন্ধত পোখালি টেগ্ নলগালেও হয়। অসমীয়া ৱিকিপিডিয়াত পোখালি বুলিলে অতিমাত্ৰা চুটি বা এটাও স্বয়ংসম্পূৰ্ণ পৰিচ্ছেদ নথকা প্ৰবন্ধ বুলি ধৰা হয়। পোখালিৰ বিষয়ে এবাৰ কৰা আলোচনা [http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0_%E0%A6%9A%27%E0%A7%B0%E0%A6%BE_%28%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A7%B1%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%29/Archive_1#.E0.A6.A8.E0.A6.A4.E0.A7.81.E0.A6.A8_.E0.A6.AA.E0.A7.8D.E0.A7.B0.E0.A6.AC.E0.A6.A8.E0.A7.8D.E0.A6.A7 ইয়াত] পাবা। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 15:18, 30 অক্টোবৰ 2012 (UTC)