ব্যাস (জ্যামিতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Robot: Removing szl,lb,zh,pl,eu,qu,bs,uz,es,ta,af,ms,sw,et,bn,el,nl,ar,sv,pt,eo,is,ru,sr,ast,ckb,tr,mk,fi,uk,nn,io,ne,hr,az,da,kk,zh-min-nan,als,ko,fr,he,lv,li,it,gl,de,id,ja,vi,simple,zh-yue,sh,tg,sk,hy,en,cv,th,ro,no,ca,la,cy,sl,cs,bg,mr,fa,te,ur,ka,...
No edit summary
18 নং শাৰী:
}}
 
[[জ্যামিতি|জ্যামিতিত]] [[বৃত্ত|বৃত্তৰ]] ব্যাস হ’ল এদাল কেন্দ্ৰগামী [[সৰলৰেখা]] যাৰ প্ৰান্তবিন্দু দুটা [[পৰিধি|পৰিধিৰ]] সৈতে সংযুক্ত হৈ থাকে । এই সৰলৰেখাৰ দৈৰ্ঘ্যকেই ব্যাস বোলা হয়।থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম [[জ্যা]]। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো [[গ্ৰীক]] ভাষাৰ ''διάμετρος'' (''diametros'') শব্দটোৰ পৰা আহিছে, ই "diagonal of a circle" বুজায়, য'ত ''δια-'' (''dia-'') ৰ অৰ্থ হ'ল "across, through" আৰু ''μέτρον'' (''metron'')ৰ অৰ্থ হ'ল "a measure"।<ref>[http://www.etymonline.com/index.php?term=diameter Online Etymology Dictionary]</ref>)
 
অধিক ব্যৱহাৰিক ক্ষেত্ৰত এই সৰলৰেখাৰ দৈৰ্ঘ্যক (মাপক) ব্যাস বোলা হয়, কিয়নো যিকোনো এটা [[বৃত্ত]]ৰ সকলো ব্যাসৰ দৈৰ্ঘ্যৰ মাপেই সমান, এই মাপ বৃত্তটোৰ [[ব্যাসাৰ্ধ]]ৰ দুগুণ।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:জ্যামিতি]]